প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতি মহোদয়ৰ পুত্ৰৰ সৈতে কথা পাতি ৰাষ্ট্ৰপতিৰ স্বাস্থ্যৰ বুজ লয়

পোষ্ট কৰা হৈছে: 26 MAR 2021 2:43PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰপতি মহোদয়ৰ পুত্ৰৰ সৈতে আজি বাৰ্তালাপ কৰে। প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতিৰ স্বাস্থ্যৰ বুজ লয় আৰু তেওঁৰ আশু আৰোগ্য কামনা কৰে।

***

DS/SH/MS


(ৰিলিজ আই ডি : 1708167) অতিথি কক্ষ : 194