প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

মুম্বাইৰ চিকিৎসালয়ত অগ্নিকাণ্ডত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি সমবেদনা জনালে প্ৰধানমন্ত্ৰীয়ে

प्रविष्टि तिथि: 26 MAR 2021 1:14PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মুম্বাইৰ চিকিৎসালয় সংঘটিত হোৱা অগ্নিকাণ্ডত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি সমবেদনা জনাইছে৷ এই সন্দৰ্ভত তেও এইদৰে কয়, ‘‘মুম্বাইৰ চিকিৎসালয়ত সংঘটিত হোৱা অগ্নিকাণ্ডত প্ৰাণ হেৰুওৱা লোকসকলৰ বাবে মনত আঘাত পাইছো৷ আহতসকলৰ আশু আৰোগ্য কামনা কৰিছো৷’’

 

***

DS/SH/MANN


(रिलीज़ आईडी: 1707919) आगंतुक पटल : 214
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam