প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে বাংলাদেশত বিৰোধী নেতৃবৰ্গক সাক্ষাৎ কৰে
प्रविष्टि तिथि:
26 MAR 2021 3:12PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ দুদিনীয়া বাংলাদেশ ভ্ৰমণৰ অংশ হিচাপে বাংলাদেশৰ বিভিন্ন ৰাজনৈতিক দলৰ বিৰোধী নেতৃবৰ্গক সাক্ষাৎ কৰাৰ লগতে মত বিনিময় কৰে। এই সাক্ষাৎ কালত দুয়োখন দেশৰ দ্বিপাক্ষিক সম্পৰ্কৰ ওপৰত বিস্তৃত বিষয়ৰ আলোচনা কৰা হয়।

********
(रिलीज़ आईडी: 1707918)
आगंतुक पटल : 247
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam