প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ড০ ৰাম মনোহৰ লোহিয়াৰ জন্ম বাৰ্ষিকী উপলক্ষে তেওঁৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি

Posted On: 23 MAR 2021 9:09AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ড০ ৰাম মনোহৰ লোহিয়াৰ জন্ম বাৰ্ষিকী উপলক্ষে তেওঁৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷

টুইটাৰযোগে প্ৰধানমন্ত্ৰীয়ে কয়, “মহান স্বাধীনতা সেনানী তথা সমাজবাদী চিন্তক ড০ ৰাম মনোহৰ লোহিয়া জীক তেওঁৰ জন্ম বাৰ্ষিকী উপলক্ষে বিনম্ৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো৷ তেওঁ নিজৰ প্ৰখৰ আৰু প্ৰগতিশীল চিন্তাধাৰাৰ জৰিয়তে দেশক নতুন পথ দেখুওৱাৰ কাম কৰিছিল৷ ৰাষ্ট্ৰৰ প্ৰতি তেওঁৰ অৱদানে দেশবাসীক প্ৰেৰণা যোগাই থাকিব৷”

 

*****

DS/SH/DB



(Release ID: 1707134) Visitor Counter : 175