প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
শ্বহীদ দিৱসত শ্বহীদসকললৈ প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি
পোষ্ট কৰা হৈছে:
23 MAR 2021 9:08AM by PIB Guwahati
আজি শ্বহীদ দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভগৎ সিং, সুখদেব আৰু ৰাজগুৰুলৈ শ্ৰদ্ধা নিবেদন কৰিছে।
এটা টুইটত, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, "শ্বহীদ দিৱস উপলক্ষে স্বাধীনতা সংগ্ৰামী অমৰ শ্বহীদ বীৰ ভগৎ সিং, সুখদেব আৰু ৰাজগুৰুক শতকোটি প্ৰণাম জনাইছো। ভাৰত মাতাৰ এইসকল মহান সুপুত্ৰৰ বলিদান দেশখনৰ প্ৰতিটো প্ৰজন্মৰে বাবে প্ৰেৰণাৰ উৎস হৈ থাকিব। জয় হিন্দ!"
*****
AD/SH/SB
(ৰিলিজ আই ডি : 1706931)
অতিথি কক্ষ : 200
ত এই ৰিলিজটো পঢ়ক:
Telugu
,
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Kannada
,
Malayalam