প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

বিহাৰ দিৱস উপলক্ষে বিহাৰৰ জনতাক শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 22 MAR 2021 9:54AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিহাৰ দিৱস উপলক্ষে বিহাৰৰ জনতাক শুভেচ্ছা জ্ঞাপন কৰিছে৷

টুইটাৰযোগে প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “বিহাৰ দিৱসত ৰাজ্যখনৰ সকলো জনসাধাৰণক বহুত বহুত শুভকামনা জনাইছো৷ গৌৰৱশালী অতীত আৰু সমৃদ্ধিশালী সংস্কৃতিৰ বাবে বিশেষ পৰিচয় থকা এই ৰাজ্যখনে সদায়েই বিকাশৰ নতুন মাত্ৰা প্ৰদান কৰি আহিছে৷”

***

DS/SH/DB


(रिलीज़ आईडी: 1706816) आगंतुक पटल : 148
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Malayalam , English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada