প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
হেৰাথ উপলক্ষে জনসাধাৰণক প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা
পোষ্ট কৰা হৈছে:
10 MAR 2021 7:13PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে হেৰাথ উপলক্ষে জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰে।
এটা টুইটত প্ৰধানমন্ত্ৰীয়ে কয়, "হেৰাথ মুবাৰক! মই প্ৰাৰ্থনা কৰিছো যে এই শুভ উপলক্ষত জনসাধাৰণৰ জীৱনত সুখ আৰু শান্তি বৃদ্ধি হওক। অনাগত সময়ত সকলোৰে আকাংক্ষা পূৰণ হওক।"
******
DS/SH
(ৰিলিজ আই ডি : 1704030)
অতিথি কক্ষ : 134
ত এই ৰিলিজটো পঢ়ক:
Malayalam
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada