প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
কলকাতাত সংঘটিত অগ্নিকাণ্ডত প্ৰাণহানিৰ ঘটনাত প্ৰধানমন্ত্ৰীৰ শোক
प्रविष्टि तिथि:
09 MAR 2021 9:59AM by PIB Guwahati
কলকাতাত সংঘটিত অগ্নিকাণ্ডত প্ৰাণহানিৰ ঘটনাত শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।
এটা টুইটত, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, "কলকাতাত সংঘটিত অগ্নিকাণ্ডত প্ৰাণহানিৰ ঘটনাত শোকবিহ্বল হৈছো। এই শোকৰ সময়ত, শোকাহত পৰিয়ালসমূহলৈ মোৰ সমবেদনা জনাইছো। আহতসকল যাতে শীঘ্ৰেই সুস্থ হৈ উঠে, তাৰে কামনা কৰিলো।"
***
DS/SH/SB
(रिलीज़ आईडी: 1703683)
आगंतुक पटल : 148
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Punjabi
,
Malayalam
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada