প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
বসন্ত পঞ্চমী, সৰস্বতী পূজা উপলক্ষে প্ৰধানমন্ত্ৰীৰ ৰাইজলৈ শুভেচ্ছা
Posted On:
16 FEB 2021 9:35AM by PIB Guwahati
বসন্ত পঞ্চমী আৰু সৰস্বতী পূজা উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাইজলৈ শুভেচ্ছা জ্ঞাপন কৰিছে।
এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “বসন্ত পঞ্চমী আৰু সৰস্বতী পূজাৰ পবিত্ৰ উপলক্ষত আপোনালোক আটাইলৈকে আন্তৰিক শুভকামনা জ্ঞাপন কৰিলো”।
***
DS/SH/KB
(Release ID: 1698560)
Read this release in:
English
,
Urdu
,
Hindi
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam