প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

কৰ্নুলত সংঘটিত পথ দুৰ্ঘটনাত হতাহতলৈ ক্ষতিপূৰণত প্ৰধানমন্ত্ৰীৰ অনুমোদন

प्रविष्टि तिथि: 15 FEB 2021 4:02PM by PIB Guwahati

অন্ধ্ৰ প্ৰদেশৰ কৰ্নুলত পথ দুৰ্ঘটনাত হতাহতলৈ ক্ষতিপূৰণত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অনুমোদন জনাইছে।
এটা টুইটত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে কয় "অন্ধ্ৰ প্ৰদেশৰ কৰ্নুলত সংঘটিত অনাকাংক্ষিত পথ দুৰ্ঘটনাত প্ৰাণহানি হোৱাসকলৰ নিকট আত্মীয়লৈ প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহাৰ্য্য নিধিৰপৰা ২ লাখ টকাকৈ ক্ষতিপূৰণ আগবঢ়োৱা হ’ব। গুৰুতৰভাৱে আহতসকললৈ আগবঢ়োৱা যাব ৫০,০০০ টকাকৈ।"

***

DS/AK/SB


(रिलीज़ आईडी: 1698344) आगंतुक पटल : 176
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam