প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

লালা লাজপত ৰায়ৰ জন্মদিনত প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাৰ্ঘ্য

प्रविष्टि तिथि: 28 JAN 2021 9:35AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে লালা লাজপত ৰায়জীলৈ তেওঁৰ জন্মদিনত শ্ৰদ্ধা জনাইছে।

এক টুইট বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে লিখিছে,  ‘মহান স্বাধীনতা সংগ্ৰামী পঞ্জাৱ কেশৰী লালা লাজপত ৰায়ক তেওঁৰ জন্মদিন কোটি কোটি প্ৰণাম জনাইছোঁ।

 

ভাৰতৰ স্বাধীনতা সংগ্ৰামত তেওঁৰ অৱদান চিৰস্মৰণীয় আৰু প্ৰজন্মই প্ৰজন্মই দেশৰ জনসাধাৰণ তেওঁৰ কাৰ্যৰ দ্বাৰা অনুপ্ৰাণিত হৈ থাকিব।’


(रिलीज़ आईडी: 1693127) आगंतुक पटल : 207
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam