প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক ৭২সংখ্যক গণৰাজ্য দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছে৷
টুইটাৰযোগে প্ৰধানমন্ত্ৰীয়ে কয়, “দেশবাসীক গণৰাজ্য দিৱসৰ বহুত বহুত শুভকামনা জনাইছো৷ জয় হিন্দ৷”
***
DS/SH/DB