প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

দেশবাসীক গণৰাজ্য দিৱসৰ শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ

Posted On: 26 JAN 2021 9:35AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক ৭২সংখ্যক গণৰাজ্য দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছে৷

টুইটাৰযোগে প্ৰধানমন্ত্ৰীয়ে কয়, দেশবাসীক গণৰাজ্য দিৱসৰ বহুত বহুত শুভকামনা জনাইছো৷ জয় হিন্দ৷

***

 

DS/SH/DB



(Release ID: 1692555) Visitor Counter : 14