গৃহ মন্ত্ৰালয়

‘জীৱন ৰক্ষা পদক শ্ৰেণীৰ বঁটা-২০২০’ প্ৰদানলৈ অনুমোদন জনালে ৰাষ্ট্ৰপতিয়ে

प्रविष्टि तिथि: 25 JAN 2021 3:20PM by PIB Guwahati

সৰ্বোত্তম জীৱন ৰক্ষা পদক, উত্তম জীৱন ৰক্ষা আৰু জীৱন ৰক্ষা পদকক সামৰি লোৱা জীৱন ৰক্ষা পদক শ্ৰেণীৰ বঁটা-২০২০সমূহ প্ৰদানৰ প্ৰস্তাৱলৈ অনুমোদন জনাইছে ৰাষ্ট্ৰপতিয়ে। সৰ্বোত্তম জীৱন ৰক্ষা পদক এগৰাকীলৈ, উত্তম জীৱন ৰক্ষা পদক ৮গৰাকীলৈ আৰু জীৱন ৰক্ষা পদক আগবঢ়োৱা হব ৩১গৰাকী ব্যক্তিলৈ। সবিশেষ তলত উল্লেখ কৰা হ :

 

সৰ্বোত্তম জীৱন সৰক্ষা পদক

 

  1. শ্ৰী মহম্মদ মুহছিন(মৰণোত্তৰ ভাবে), কেৰালা

 

উত্তম জীৱন ৰক্ষা পদক

 

  1. শ্ৰী ৰামশিভাই ৰত্নভাই সমাদ(ৰাবৰি), গুজৰাট
  2. শ্ৰী পৰমেশ্বৰ বালাজী, নগৰগোজে, মহাৰাষ্ট্ৰ
  3. কুমাৰী অমনদীপ কৌৰ, পাঞ্জাৱ
  4. শ্ৰী কৰিপেল্লী স্ৰুজান ৰেড্ডী, তেলেংগাণা
  5. মাষ্টাৰ টিংকু নিশাদ, উত্তৰ প্ৰদেশ
  6. শ্ৰীমতী হিমানী বিছৱাল, মধ্য প্ৰদেশ
  7. কুমাৰী কলাগৰ্লা সহিতি, অন্ধ্ৰ প্ৰদেশ
  8. শ্ৰী ভূৱনেশ্বৰ প্ৰজাপতি, উত্তৰ প্ৰদেশ

 

জীৱন ৰক্ষা পদক

 

  1. শ্ৰী ভৱেশ কুমাৰ সতুজী ৱিহুল, গুজৰাট
  2. শ্ৰী ঈশ্বৰলাল মনুভাই সংদা, গুজৰাট
  3. শ্ৰী মনমোহন সিং ৰাথোড়, গুজৰাট
  4. শ্ৰী প্ৰকাশ কুমাৰ বাৱচন্দভাই ৱেকাৰিয়া, গুজৰাট
  5. শ্ৰা ৰহৱেৰ বীৰভদ্ৰ সিং তেজস্বিন, গুজৰাট
  6. শ্ৰী ৰাকেশভাই বাবুভাই যাদৱ, গুজৰাট
  7. শ্ৰী বিজয় অজিত চাইৰা
  8. মাষ্টাৰ অৰুণ থমাছ, কেৰালা
  9. মাষ্টাৰ ৰজিন ৰবাৰ্ট, কেৰালা
  10. শ্ৰী শিজু পি গোপী, কেৰালা
  11. শ্ৰী গৌৰীশংকৰ ব্যাস, মধ্য প্ৰদেশ
  12. শ্ৰী জগদীশ সিং সিদ্ধু, মধ্য প্ৰদেশ
  13. শ্ৰী পুষ্পেন্দ্ৰ সিং ৰাৱট, মধ্য প্ৰদেশ
  14. শ্ৰী ৰাজেশ কুমাৰ ৰাজপুত, মধ্য প্ৰদেশ
  15. শ্ৰী অনিল দশৰথ খুলে, মহাৰাষ্ট্ৰ
  16. শ্ৰী বালাসাহেব ধ্যানদেও নগৰগোজে, মহাৰাষ্ট্ৰ
  17. শ্ৰী সুনীল কুমাৰ, উত্তৰ প্ৰদেশ
  18. শ্ৰী মহিন্দৰ সিং, পাঞ্জাৱ
  19. শ্ৰী নিহাল সিং, উত্তৰ প্ৰদেশ
  20. মাষ্টাৰ ফেড্ৰিক, আন্দামান আৰু নিকোবৰ
  21. শ্ৰী মুকেশ চৌধুৰী, ৰাজস্থান
  22. শ্ৰী ৰবীন্দ্ৰ কুমাৰ, গুজৰাট
  23. শ্ৰী এছ এম ৰফী, কৰ্ণাটক
  24. শ্ৰী এছ ভি যোশ, কেৰালা
  25. শ্ৰী ৱাণী হিৰেণ কুমাৰ, গুজৰাট
  26. শ্ৰী অবুজাম ৰবেন সিংহ, মণিপুৰ
  27. শ্ৰী বালা নাইক বনৱাট, কেৰালা
  28. শ্ৰী অশোক সিং ৰাজপুত, জম্মু আৰু কাশ্মীৰ
  29. শ্ৰী পৰমজিত্ সিং, জম্মু আৰু কাশ্মীৰ
  30. শ্ৰী ৰঞ্জিত চন্দ্ৰ ইশোৰ, জম্মু আৰু কাশ্মীৰ
  31. শ্ৰী ৰিংকু চৌহান, উত্তৰ প্ৰদেশ

 

মানৱীয় প্ৰমূল্যৰ অনবদ্য নিদৰ্শন দাঙি ধৰি কোনো ব্যক্তিৰ জীৱন ৰক্ষাৰ কৰা ব্যক্তিলৈ জীৱন ৰক্ষা পদক শ্ৰেণীৰ বঁটা আগবঢ়োৱা হয়। সৰ্বোত্তম জীৱন ৰক্ষা পদক, উত্তম জীৱন ৰক্ষা পদক আৰু জীৱন ৰক্ষা পদক এই তিনিটা শ্ৰেণীত এই বঁটা প্ৰদান কৰা হয়। সমাজৰ যিকোনো ক্ষেত্ৰৰ ব্যক্তিয়েই এই বঁটাৰ বাবে যোগ্যতা অৰ্জন কৰিব পাৰে। মৰণোত্তৰ ভাবেও এই বঁটা প্ৰদান কৰিব পাৰি।

নিৰ্দিষ্ট সময়ৰ ব্যৱধানত এই বঁটা প্ৰাপকসকলক কেন্দ্ৰীয় আৰু সংশ্লিষ্ট ৰাজ্য চৰকাৰ/সংগঠনসমূহৰ জৰিয়তে এই বঁটা(পদক, গৃহমন্ত্ৰী স্বাক্ষৰিত প্ৰমাণ পত্ৰ আৰু মাননী) প্ৰদানৰ দিহা কৰা হয়।

****

NW/RK/PK/AD/DDD/KB


(रिलीज़ आईडी: 1692439) आगंतुक पटल : 225
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Telugu , Bengali , English , Urdu , Marathi , हिन्दी , Manipuri , Punjabi , Gujarati , Odia , Tamil