প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
নেতাজী সুভাষ চন্দ্ৰ বসুৰ জয়ন্তীত তেওঁলৈ প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধা নিবেদন
পোষ্ট কৰা হৈছে:
23 JAN 2021 11:11AM by PIB Guwahati
নেতাজী সুভাষ চন্দ্ৰ বসুৰ জয়ন্তীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁলৈ শ্ৰদ্ধা নিবেদন কৰিছে।
এটা টুইটত, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, "মহান মুক্তি সেনানী আৰু ভাৰত মাতাৰ সুপুত্ৰ নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্ম জয়ন্তী উপলক্ষে তেওঁলৈ শতকোটি প্ৰণাম জনাইছো। দেশৰ স্বাধীনতাৰ অৰ্থে তেওঁৰ ত্যাগ আৰু সমৰ্পণ কৃতজ্ঞ ৰাষ্ট্ৰই সদায় স্মৰণ কৰি থাকিব।"
***
DS/SH/SB
(ৰিলিজ আই ডি : 1691627)
অতিথি কক্ষ : 196
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam