ৰাষ্ট্ৰপতি সচিবালয়

‘নেতাজী’ সুভাষ চন্দ্ৰ বসুৰ ১২৫ সংখ্যক জন্ম-জয়ন্তী উদযাপন উপলক্ষে আয়োজিত বছৰ জোৰা কাৰ্যক্ৰমৰ শুভাৰম্ভ ঘোষণাৰ স্মাৰক হিচাপে ‘নেতাজী’ৰ প্ৰতিচ্ছবি উন্মোচন কৰিলে ৰাষ্ট্ৰপতিয়ে

Posted On: 23 JAN 2021 12:33PM by PIB Guwahati

ৰাষ্ট্ৰপতি শ্ৰী ৰাম নাথ কোৱিন্দে আজি (২৩জানুৱাৰী, ২০২১) ৰাষ্ট্ৰপতি ভৱনত নেতাজী সুভাষ চন্দ্ৰ বসুৰ এখন প্ৰতিচ্ছৱি উন্মোচন কৰে। প্ৰণিধানযোগ্য যে, নেতাজীৰ ১২৫ সংখ্যক জন্ম-জয়ন্তী উদযাপন উপলক্ষে আয়োজিত বছৰ জোৰা কাৰ্যক্ৰমৰ শুভাৰম্ভ ঘোষণাৰ স্মাৰক হিচাপেই প্ৰতিচ্ছবিখন উন্মোচন কৰাৰ দিহা কৰা হয়।

 

*****

DS/SH/KB



(Release ID: 1691543) Visitor Counter : 142