প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ৰাজস্থানৰ জালোৰত বাছ দুৰ্ঘটনাৰ ফলত হোৱা প্ৰাণ হানিৰ ঘটনাত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ
प्रविष्टि तिथि:
17 JAN 2021 11:24AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজস্থানৰ জালোৰত বাছ দুৰ্ঘটনাৰ ফলত হোৱা প্ৰাণ হানিৰ ঘটনাত শোক প্ৰকাশ কৰিছে।
এটা টুইটত প্ৰধানমন্ত্ৰীয়ে কয়, ''ৰাজস্থানৰ জালোৰত সংঘটিত বাছ দুৰ্ঘটনাৰ খবৰত অত্যন্ত দুখ পাইছো। এই দুৰ্ঘটনাত কেইবাজনো লোকে নিজৰ প্ৰাণ হেৰুৱাবলগীয়া হৈছে। মই তেওঁলোকৰ পৰিয়ালবৰ্গলৈ নিজৰ সমবেদনা প্ৰকাশ কৰিছো আৰু আহতসকলৰ আশু আৰোগ্য কামনা কৰিছো।''
*******
DS/SH
(रिलीज़ आईडी: 1689584)
आगंतुक पटल : 151
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Malayalam
,
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada