প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
লহৰী উপলক্ষে দেশবাসীলৈ প্ৰধানমন্ত্ৰীৰ শুভেচ্ছাবাৰ্তা
प्रविष्टि तिथि:
13 JAN 2021 6:46PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি লহৰী উপলক্ষে দেশবাসীক শুভেচ্ছা জনাইছে।
প্ৰধানমন্ত্ৰীয়ে কয়, “লহৰীৰ শুভেচ্ছা জনাইছোঁ। সকলোতে যেন শান্তি আৰু সুস্বাস্থ্যই বিৰাজ কৰে তাৰ বাবে আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আশা কৰো এই বিশেষ ক্ষণে সৰ্বত্ৰে দয়া আৰু কৰুণাক যেন প্ৰতিষ্ঠা কৰে।”
****
DS/ VJ/RD
(रिलीज़ आईडी: 1688735)
आगंतुक पटल : 171
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Malayalam
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada