প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

মহাপৰিনির্বাণ দিৱসত ড০ বাবাচাহেব আম্বেদকাৰক প্রধানমন্ত্রীৰ শ্রদ্ধাঞ্জলি

Posted On: 06 DEC 2020 9:21AM by PIB Guwahati

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে মহাপৰিনির্বাণ দি ড০ বাবাচাহেব আম্বেদকাৰ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে৷

এক টুইটাৰযোগে প্রধানমন্ত্রীয়ে কয়, “মহাপৰিনির্বাণ দি ড০ বাবাচাহেব আম্বেদকাৰ স্মৰণ কৰিছো৷ তেওঁৰ চিন্তাধাৰা আৰু আদর্শ লাখ লাখ লোকক শক্তি যোগা আহিছেদেশবাবে তেওঁ যি সপোন দেখিছিল, সেই সপোন পূৰণ কৰিবলৈমি প্ৰতিশ্ৰুতিবদ্ধ।

***

DS/SH/DB



(Release ID: 1678777) Visitor Counter : 162