তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
অনলাইন গেমিং, ফেণ্টাচী স্পৰ্টছ ইত্যাদিৰ বিজ্ঞাপনৰ ক্ষেত্ৰত পৰামৰ্শ জাৰি তথ্য আৰু সম্প্ৰচাৰ মন্ত্রালয়ৰ
प्रविष्टि तिथि:
04 DEC 2020 9:07PM by PIB Guwahati
কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে আজি অনলাইন গেমিং, ফেণ্টাচী ক্ৰীড়া আদিৰ ওপৰত পৰামৰ্শ জাৰি কৰিছে। মন্ত্ৰালয়ে সম্প্ৰচাৰকসকলক ভাৰতৰ বিজ্ঞাপন মানক কাউন্সিলৰ দ্বাৰা জাৰি কৰা নিৰ্দেশনাসমূহ পালন কৰিবলৈ পৰামৰ্শ দিছে। মন্ত্ৰালয়ে লগতে পৰামৰ্শ দিছে যে বিজ্ঞাপনবোৰে আইন বা আইনৰ দ্বাৰা নিষেধ কৰা কোনো কাৰ্যকলাপক উদগনি দিব নালাগিব।
বিতং পৰামৰ্শটো তলৰ লিংকত প্ৰাপ্ত কৰিব পাৰিব:
https://mib.gov.in/sites/default/files/Advisory.pdf
********
(रिलीज़ आईडी: 1678537)
आगंतुक पटल : 181