ৰেচম মন্ত্ৰালয়

প্রযুক্তি বস্ত্রৰ বাবে এক সমর্পিত ৰপ্তানী প্রসাৰ পৰিষদ গঠনৰ প্রস্তাৱ আমন্ত্রণ বস্ত্র মন্ত্রালয়ৰ

Posted On: 03 DEC 2020 1:42PM by PIB Guwahati

ডিচেম্বৰ,২০২০ তাৰি চৰকাৰী বিজ্ঞপ্তিৰ জৰিয়তে এক সমর্পিত এক্সপোর্ট প্রমোন কাউন্সিল(ইপিচি)গঠন প্রস্তা আমন্ত্রণ জনাইছে বস্ত্র মন্ত্রালয়ে ১৫ ডিচেম্বৰ,২০২০ ভিতৰত কোম্পানী আইন অথবা ছোচাইটি ৰেজিস্ট্রেশন আইন নথিভুক্ত প্তানী সংস্থা আৰু বাণিজ্যিক সংস্থাসমূহক প্রস্তা জমা দিবলৈ কোৱা হৈছে

 

আন্তর্জাতিক বাণিজ্য প্রসা উন্নয়ন ক্ষেত্র কেন্দ্রীয় চৰকাৰৰকলো নির্দেশ পৰিষদে মানি চলিব লাগিব আৰু সময়ে সময়ে বৈদেশিক বাণিজ্যিক ডিৰেক্টৰেট জেনেৰেল চিহ্নিত আৰু বিজ্ঞাপিত আইটিচি(এইচএ) ধাৰাৰ প্রসাৰৰ বাবে দায়ী হব লাগিব

 

বিত্ত বিষয়ক কবিনেট কমিটি ২৬ ফেব্রুৱাৰী,২০২০ বৈঠক সমগ্ৰ বিশ্বজুৰি দেশক টেকনিকল টেক্সটাইলছৰ ক্ষেত্ৰত নেতৃত্ব গ্ৰহণ কৰাৰ লক্ষ্যেৰে ১৪৮০ কোটি টকা মুঠ ব্যয় সাপেক্ষে ্যল টেকনিকল টেক্সটাইলছ মিশ্যন স্থাপন অনুমোদন দিছে। মিশ্যৰূপায়ণৰ সময় ৪ বছ২০২০-২১ ৰ পৰা ২০২৩-২৪ৰ ভিতৰত সম্পূৰ্ণ হব লাগিব্যল টেকনিকল টেক্সটাইল মিশ্য অন্যতম উপাদান অংশ হল টেকনিকল টেক্সটাইলছৰ বাবে এক্সপোর্ট প্রমোচন কাউন্সিল গঠন কৰা

 

টেকনিকল টেক্সটাইল বস্ত্র শিল্পৱিষ্যৎ শিল্প আৰু সুন্দ বিভাগ, ি কৃষি, পথ, ৰে লাইন, খেলা-ধূলা ব্যহাৰৰ কাপোৰ, স্বাস্থ্য এফালে, আনফালে বুলেট প্রুফ জকেট, অগ্নি প্রতিৰোধী জকেট, অতি উচ্চতা যুদ্ধকালীন পোছা, মহাকাশ পর্যন্ত বিভিন্ন ক্ষেত্র ব্যহাৰা হয়

   

 *******

BY/TFK /KG



(Release ID: 1678221) Visitor Counter : 145