প্ৰতিৰক্ষা মন্ত্ৰালয়

সশস্ত্র বাহিনীৰ পতাকা দিৱস ২০২০, এএফএফডি পুঁজিলৈ স্বেচ্ছাই দান আগবঢ়াবলৈ জনগণৰ প্রতি আহ্বান প্রতিৰক্ষা মন্ত্রী শ্রী ৰাজনাথ সিঙৰ

Posted On: 02 DEC 2020 5:54PM by PIB Guwahati

মগ্ৰ দেশজুৰি অহা ৭ ডিচেম্বৰত সশস্ত্র বাহিনী পতাকা দিস উদযাপন কৰা হব। দেশ সম্মান ক্ষাৰ্থে সীমান্ত যিসকল সেনাই সাহসেৰে যুঁজ দি্বহীদ হছে তেওঁলোকক স্মাৰ্থে ১৯৪৯ চনৰ পৰা প্রতিবছৰে এই দিনট উদযাপন কৰি অহা হৈছে। আজি নতুন দিল্লত সশস্ত্র বাহিনী ফ্লগ পিনিং" অনুষ্ঠান অংশ লৈ প্রতিক্ষা মন্ত্রী ৰাজনাথ সিঙে দেশবাসীক স্বেচ্ছানুসৰি সশস্ত্র বাহিনী অর্থাৎ এএফএফডি-পুঁজিলৈ দান দিয়াৰ আহ্বান জনাতেওঁ কয়, দেশ সার্বভৌমত্ব ক্ষা বাবে সশস্ত্র বাহিনীয়েদায়ে বীত্ব সৈতে যুঁজ দি আহিছেবহু ক্ষেত্র তেওঁলোকে তেওঁলোকৰৰিয়ালৰ কথা পাহৰি গৈ দেশ স্বার্থ যুদ্ধ কৰি জীবলিদান দিছে। দেশ প্রাক্তন সেনাসকলৰ পুনৰসংস্থাপন আৰু কল্যাণৰ বাবে দেশ নাগৰিসকলৰ কর্তব্য কথা সোঁৱৰাই দি প্রতিক্ষা মন্ত্রীয়ে কয়, এএফএফডি নিধিলৈ দান দি্বহীদসকলৰ প্রতি দায়িত্ব পালন সুযোগ দিয়ে পতাকা দি প্রতিক্ষা মন্ত্রীয়ে কয়, ২০১৯-২০ বিত্তীয় বৰ্ষত দেশ নাগৰিকসলৰ স্বেচ্ছা অনুসৰি কৰা দান ফল এএফএফডি পুঁজিত মুঠ ৪৭ কোটি টাকা জমা হৈছিলতেওঁ আশা প্ৰকাশ ৰে যে এ বছৰতো দেশ নাগৰিসকলে একই মনোভা প্রদৰ্শনৰিব।

 

প্রতিক্ষা মন্ত্রীয়ে কয়, এই এএফএফডি পুঁজিৰ ধন্বহীদ সেনাসকলৰৰিয়ালৰ পুনৰ সংস্থাপন আৰু কল্যাণ ব্যাৰ হয়। ইয়াৰ উপৰি এই ধন সেনাসকলৰৰিয়ালৰ লৰা-ছোৱালীৰ পঢ়া-শুনাৰ পৰা আৰম্ভ কৰি চিকিৎসা, বিধৱাসকলৰ-পোষণ, কন্যা বিবাহ নাইবা বিভিন্ন ক্ষেত্র ব্যহাৰা হয়।

 

সশস্ত্র বাহিনী পতাকা দিৱসতি পুঁজি গঠন কৰাছে তাৰ পৰা পর্যন্ত ৩২লাখ প্রাক্তন সেনা কর্মীয়ে সুযোগ লাভ কৰিছে। প্রতি বছৰে ৬০ হাজাৰকৈ প্রাক্তন সেনা কর্মী এই ব্যস্থাৈতে জড়িত হৈ পৰে বুলি জনায় প্রতিক্ষা মন্ত্রীয়ে

 

সশস্ত্র বাহিনী কল্যাণ অৰ্থে এই পুঁজিলৈেংক একাউন্ট জৰিয়তে ধন পঠিয়াব পাৰি পঞ্জা্যল বেং একাউন্ট নম্ব-৩০৮৩০০০১০০১৭৯৮৭৫, আইএফএছচি কোড-পিইউএনবি-৩০৮৩০০, সেৱা,কে পু শাখাইয়াৰ উপৰি ষ্টেট বেংকণ্ডিয়া কাউন্ট নম্ব-৩৪৪২০৪০০৬২৩, আইএফএছচি কোড-এবিআইএন-০০০১০৭৬, কে পুম শাখা। নাইবা আইচিআইচিআই বেং কাউন্ট নম্বৰ-১৮২৪০১০০১৩৮০, আইএফএছচি কোড- আইচিআইচি০০০১৮২৪, কে পুম শাখা।

 

   

 *******************************************************

ABB/Nampi/KA/Rajib /KG



(Release ID: 1677925) Visitor Counter : 215