প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
নাগালেণ্ডৰ প্ৰতিষ্ঠা দিৱসত ৰাজ্যবাসীক প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা
प्रविष्टि तिथि:
01 DEC 2020 9:33AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নাগালেণ্ডৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাজ্যবাসীক শুভেচ্ছা জনাইছে।
এটা টুইটত, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, "নাগালেণ্ডৰ মোৰ ভগ্নী আৰু ভাতৃসকললৈ তেওঁলোকৰ ৰাজ্যপ্ৰতিষ্ঠা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলো। সাহসিকতা আৰু কৰুণাৰ বাবে নাগালেণ্ডৰ লোকসকল সৰ্বজনবিদিত। তেওঁলোকৰ সংস্কৃতি অতুলনীয় আৰু ভাৰতৰ প্ৰগতিলৈ সেয়াই তেওঁলোকৰ অৱদান। নাগালেণ্ডৰ অবিৰাম উন্নয়ন কামনা কৰিলো।"
***
DS/SH/SB
(रिलीज़ आईडी: 1677371)
आगंतुक पटल : 186
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam