প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
জয়ন্তী উপলক্ষে ৰাণী লক্ষ্মীবাঈলৈ শ্ৰদ্ধা নিবেদন প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
19 NOV 2020 10:31AM by PIB Guwahati
জয়ন্তী উপলক্ষে ৰাণী লক্ষ্মীবাঈলৈ শ্ৰদ্ধা নিবেদন কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।
এটা টুইটত, প্ৰধানমন্ত্ৰীজনে কয়, "স্বাধীনতাৰ প্ৰথম যুঁজত আশ্চৰ্য্যকৰ পৰাক্ৰমৰ পৰিচয় দাঙি ধৰা বীৰাংগনা ৰাণী লক্ষ্মীবাঈলৈ জয়ন্তী উপলক্ষে কোটি-কোটি শ্ৰদ্ধা নিবেদন কৰিছো। তেওঁৰ শৌৰ্য্যগাঁথা দেশবাসীৰ বাবে সদায় প্ৰেৰণাৰ উৎস হৈ থাকিব।"
***
DS/SH/SB
(रिलीज़ आईडी: 1673966)
आगंतुक पटल : 181
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Urdu
,
English
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam