প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
উত্তৰাখণ্ডৰ প্ৰতিষ্ঠা দিৱসত ৰাজ্যবাসীক প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা
प्रविष्टि तिथि:
09 NOV 2020 9:44AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰাখণ্ডৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাজ্যবাসীক শুভেচ্ছা জনাইছে৷
এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “উত্তৰাখণ্ডত বসবাস কৰা লোকসকলক ৰাজ্যখনৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে আন্তৰিক শুভেচ্ছা জনাইছো৷ প্ৰগতিৰ পথত অগ্ৰসৰ, প্ৰাকৃতিক সম্পদ আৰু নৈসৰ্গিক সৌন্দৰ্যৰে ভৰপুৰ ৰাজ্যখনে বিকাশৰ নতুন শিখৰত উপনীত হওক, তাকে কামনা কৰিলো৷”
***
DS/SH/DB
(रिलीज़ आईडी: 1671354)
आगंतुक पटल : 157
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam