প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

মধ্য প্ৰদেশৰ ৰাজ্য স্থাপন দিৱসত জনসাধাৰণলৈ শুভেচ্ছা জনালে প্ৰধানমন্ত্ৰীয়ে

Posted On: 01 NOV 2020 9:49AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মধ্য প্ৰদেশৰ ৰাজ্য স্থাপন দিৱসত জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰে৷ এই সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে এইদৰে কয়, ‘‘মধ্য প্ৰদেশৰ ৰাজ্য স্থাপন দিৱস উপলক্ষে অলেখ শুভকামনা জনাইছো৷ ৰাজ্যখনে বিভিন্ন খণ্ডত উন্নতি কৰিছে আৰু আত্মনিৰ্ভৰ ভাৰতৰ সপোন বাস্তৱায়িত হোৱাৰ দিশত দীৰ্ঘকালীন অৱদান প্ৰদান কৰিছে৷’’

***

VRRK/SH/MANN



(Release ID: 1669381) Visitor Counter : 106