প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

‘প্ৰতিস্থা দিৱস’ উপলক্ষে চত্তিশগড়বাসীলৈ প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা

प्रविष्टि तिथि: 01 NOV 2020 10:00AM by PIB Guwahati

প্ৰতিস্থা দিৱস উপলক্ষে চত্তিশগড়বাসীলৈ শুভেচ্ছা জনাইছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে। এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়,

চত্তিশগড়বাসীলৈ ৰাজ্য্ স্থাপনৰ দিৱসত আন্তৰিক শুভকামনা জ্ঞাপন কৰিলো। প্ৰাচীন কালৰ পৰা বিভিন্ন সংস্কৃতিৰ কেন্দ্ৰ হৈ অহা এই প্ৰদেশে উন্নতি আৰু সমৃদ্ধিৰ পথেৰে আগুৱাই যাওক, মোৰ এয়ে কামনা

***

VRRK/SH/KB


(रिलीज़ आईडी: 1669368) आगंतुक पटल : 122
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam