প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
‘বাল্মীকি জয়ন্তী’ উপলক্ষে জনসাধৰণলৈ প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা
পোষ্ট কৰা হৈছে:
31 OCT 2020 9:40AM by PIB Guwahati
‘বাল্মীকি জয়ন্তী’ উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে জনসাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে।
এক বৰ্তাত তেওঁ কয়, “বাল্মীকি জয়ন্তীত আপোনালোক আটাইলৈকে বহুত বহুত শুভকামনা জনালো। সামাজিক সদ্ভাৱ, সমতা আৰু ন্যায়ৰ ভেটিৰে গঢ়া তেওঁৰ আদৰ্শনীয় বিচাৰে দেশবাসীক সদায়ে অনুপ্ৰাণিত কৰি ৰাখিব”।
*****
VRRK/SH
(ৰিলিজ আই ডি : 1669213)
অতিথি কক্ষ : 124
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam