নৌ-পৰিবহন মন্ত্ৰালয়

ভি অ’ চিদামবৰনৰ বন্দৰত প্ৰত্যক্ষ প্রৱেশ ব্যবস্থা উদ্বোধন কৰিলে কেন্দ্রীয় মন্ত্রী শ্রী মনসুখ মাণ্ডভিয়াই

ডিপিই সুবিধা লজিষ্টিক ব্যয় হ্ৰাস কৰা আৰু অৰ্থনৈতিক বিকাশ আৰু ব্যৱসায়ৰ সুগমতা বৃদ্ধিৰ বাবে বিদেশলৈ সামগ্ৰী ৰপ্তানি প্ৰক্ৰিয়াক গতি প্ৰদানৰ দিশত গ্ৰহণ কৰা এক উল্লেখনীয় পদক্ষেপঃ শ্ৰী মাণ্ডভিয়া

प्रविष्टि तिथि: 27 OCT 2020 1:18PM by PIB Guwahati

কেন্দ্রীয় জাহাজ পৰিবহ ৰাজ্যমন্ত্রী শ্রী মনসুখ মাণ্ডভিয়া ভিডি কনফাৰেন্স মাধ্যমেৰে ভি চিদামবৰ বন্দৰ ট্ৰাষ্ট ফলকৱৰণ উন্মোচন কৰি বন্দৰত প্ৰত্যক্ষ প্রৱেশ ব্যবস্থা(ডিপিই)ৰ শুভাৰম্ভ কৰে

 

শুভাৰম্ভণি অনুষ্ঠানত ভাষণ দি শ্রী মাণ্ডভিয়া কয়, পৰিবহণ্ডত ব্যয় সংকোচন কৰা আৰু সামগ্ৰীৰিবহনৰ ক্ষেত্ৰতৰু গতি সঞ্চাৰিবলৈ এক গুৰুত্বপূর্ণ পদক্ষেপ। বন্দৰত পোনপটীয়া প্রৱেশ ব্যস্থা প্তানিকৰ্তাসকলৰ বাবে ব্যসা অনুকূল বাতাবণ প্রদান কৰিবসামগ্ৰীৰিবহনৰ ক্ষেত্ৰত সময় ৰাহি কৰাৰ লগতে ৰিবহ শুল্ক হ্ৰাস কৰিবইয়ে আন্তর্জাতিক বাণিজ্য জাহাজ সামগ্ৰী নিয়াৰ ক্ষেত্রতো প্রতিযোগিতা বৃদ্ধি কৰিব

 

বন্দৰত পোনপটীয়া প্রৱেঅত্যাধুনিক এই ব্যস্থাৰ ফলতপাদন কেন্দ্র পৰা কন্টেনাৰসমূহ সহজতে বন্দৰত প্ৰৱেশ কৰিবইয়াৰ ফলত, জাহাজ সামগ্ৰী ভৰ্তি কৰাৰ ক্ষেত্রৰু গতি বৃদ্ধি হোৱাৰ লগতে প্তানিকৰ্তাসকলে পোনপটীয়াকৈ কন্টেনা টার্মিনেললৈ সামগ্রী লৈ যাব পাৰিব। সাগমালা কাৰ্যসূচীৰ অধীনত ভি চিদামবৰ বন্দ ট্রাক পার্কিং টার্মিনিৰত ১৮,৩৫৭ বৰ্গ মিটাৰ এলেকাত এই ব্যস্থা গঢ়ি তোলা হছে।

 

অত্যাধুনিক এই ব্যবস্থা উদ্বোধনী অনুষ্ঠানত মন্ত্ৰালয়ৰ সচিব ডঃ সঞ্জীব ঞ্জন কয়, বন্দৰসমূহত তথ্য প্রযুক্তি পৰিচালিত পৰিকাঠামো বন্দৰৰ কাম-কাজ পৰিচালন ব্যস্থাক বিশ্ব মানৰিোলাত সহায়ৰাৰ লগতে মন্ত্রালয়ে ২০৩০ চনৰ ভিতৰত বন্দৰসমূহত বিশ্ব মানৰিকাঠামো গঢ়ি তোলািৰিকল্পনা হাতত লৈছে, সেয়া বাস্তৱায়িত কৰিবলৈৰণৰ উদ্যোগহায় কৰিব

 

মন্ত্রালয়ৰ উচ্চ পদস্থ বিষয়াসকলৰ উপৰি ভি চিদামবৰ বন্দ ট্রাষ্টৰ অধ্যক্ষ শ্রী টি কে ৰামচন্দ্র, চেণ্ট্ৰেল ৱেৰ হাউছিং কর্পৰে্য পৰিচালন সঞ্চালক শ্রী অৰুণ কুমা শ্রীবাস্ত প্রমুখ্যে বন্দৰৰ বিষয়াসকলে আভাসী মাধ্যমেৰে অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত অংশ গ্ৰহণ কৰে

 

 *******

YB/AP/JK/KG


(रिलीज़ आईडी: 1668029) आगंतुक पटल : 310
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Tamil , Telugu