প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

‘বিজয়া দশমী’ উপলক্ষে দেশবাসীলৈ শুভকামনা জনালে প্ৰধানমন্ত্ৰীয়ে

प्रविष्टि तिथि: 25 OCT 2020 9:25AM by PIB Guwahati

বিজয়া দশমী উপলক্ষে দেশবাসীলৈ শুভ কামনা জ্ঞাপন কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে।

এই সন্দৰ্ভত প্ৰকাশ কৰা শুভেচ্ছা বাণীত প্ৰধানমন্ত্ৰীয়ে কয়, প্ৰতিগৰাকী দেশবাসীলৈ বিজয়া দশমীৰ বহুত বহুত শুভকামনা। বেয়াৰ ওপৰত ভালৰ আৰু অসত্যৰ ওপৰত সত্যৰ জয়ৰ এই মহাপৰ্বই সকলো ব্যক্তিৰ জীৱনলৈ নতুন প্ৰেৰণাৰ বাৰ্তা লৈ আহক

***

VRRK/SH/KB


(रिलीज़ आईडी: 1667446) आगंतुक पटल : 149
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam