যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়

কোভিড পজিটিভ পোৱা পেৰা-আৰ্চাৰ অংকিতক হাস্পতালৰ পৰা যাবলৈ দিয়া হৈছে, দহ দিনৰ বাবে হ'ম আইছলেচনত থকাৰ পৰামৰ্শ

प्रविष्टि तिथि: 23 OCT 2020 7:00PM by PIB Guwahati

কৰোণা ভাইৰাছৰ বাবে পজিটিভ হিচাপে পৰীক্ষাত পোৱাৰ পিছত ১৩ অক্টোবৰত চিকিৎসালয়ত ভৰ্তি হোৱা পেৰা-আৰ্চাৰ অংকিতক সোণেপাটৰ ভগৱান দাশ হাস্পতালৰ পৰা যাবলৈ দিয়া হৈছে, আৰু দহ দিনৰ বাবে হোম কোৱাৰেণ্টাইনত থাকিবলৈ পৰামৰ্শ দিয়া হৈছে। তেওঁৰ পৰিয়ালৰ লোকে তেওঁক ঘৰলৈ ওভোতাই নিছে আৰু তেওঁ হোম কোৱাৰেণ্টাইনত থাকিব।

 

কোভিড আৰটি- পিচিআৰ ৰিপ'ৰ্ট নিগেটিভ বুলি দাখিল কৰাৰ পিছত এছ এ আই সোণেপাটত পাঁচ অক্টোবৰত আৰম্ভ হোৱা ৰাষ্ট্ৰীয় শিবিৰৰ অংশ হোৱা অংকিতৰ নমুনা শিবিৰৰ বাবে নিৰ্দ্ধাৰিত এছ অ' পি অনুসৰি ১২ অক্টোবৰত পুনৰ সংগ্ৰহ কৰা হয়, য'ত পজিটিভ বুলি প্ৰতিপন্ন হয়।

*******

NB/OA


(रिलीज़ आईडी: 1667221) आगंतुक पटल : 156
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Manipuri , Punjabi , Tamil , Telugu