ৰেল মন্ত্ৰালয়

ব্যক্তিগত বিনিয়োগৰ জৰিয়তে সৰু আৰু পথৰ কাষৰ ষ্টেচনত ‘গুডছ শ্বেডৰ বাবে বিকাশ নীতি জাৰি ৰে’ল মন্ত্ৰালয়ৰ

এই নীতিৰ জৰিয়তে গুডছ শ্বেডৰ সুবিধাসমূহৰ স্থাপন আৰু কাৰ্যক্ষম অৱস্থাত গুডছ শ্বেডসমূহৰ বিকাশ কৰাৰ অনুমতি প্ৰদানৰ জৰিয়তে টাৰ্মিনেলৰ ক্ষমতা বৃদ্ধিৰ লক্ষ্য

Posted On: 15 OCT 2020 5:01PM by PIB Guwahati

ৰে মন্ত্ৰালয়ে ব্যাপক হাৰত ৰে ষ্টেচনসমূহত নতুন গুডছ শ্বেডৰ সুবিধাৰ স্থাপন কৰা আৰু কাৰ্যক্ষম অৱস্থাত থকা গুডছ শ্বেডৰ (সম্পদৰ অভাৱৰ বাবে যিসমূহ শ্বেডৰ বিকাশ কৰাৰ বাবে ৰেলৱে অসমৰ্থ) বিকশিত কৰি ব্যক্তি অংশীদাৰিত্বৰ জৰিয়তে টাৰ্মিনেলৰ ক্ষমতা বৃদ্ধিৰ লক্ষ্য লৈ ব্যক্তিগত বিনিয়োগৰ জৰিয়তে সৰু আৰু পথৰ কাষত থকা ষ্টেচনসমূহত গুডছ শ্বেডৰ বিকাশৰ এক নীতি জাৰি কৰিছে৷

এই নীতিৰ বৈশিষ্ট্যসমূহ হৈছেঃ

  • ব্যক্তিগত পাৰ্টীৰ সামগ্ৰী বোজাই কৰা, সামগ্ৰীৰ উঠোৱা/নমোৱাৰ সুবিধা, মজদুৰৰ বাবে সুবিধা(জিৰণি ঘৰ, খোৱা পানী, স্নানাগাৰৰ সুবিধা), সংযোগী পথকে ধৰি আন্তঃগাঁথনিৰ উন্নয়ন কৰা ব৷
  • প্ৰস্তাৱিত সুবিধাৰ বাবে সকলো বিকাশমূলক কাম-কাজ ৰেলৱেৰ স্বীকৃতি ডিজাইন অনুসৰি আৰু স্বীকৃত ৰেলৱে মানদণ্ড আৰু বৈশিষ্ট্যৰ ভিত্তিত ইয়াৰ নিৰ্মাণ ব৷
  • ৰেলৱেৰ নিৰ্মাণৰ বাবে বিভিন্ন বিভাগৰ কোনো বিভাগীয় বা অন্য শুল্ক লোৱা নহয়৷
  • ব্যক্তিগত পাৰ্টীৰ দ্বাৰা নিৰ্মাণ কৰা সুবিধাসমূহৰ ব্যৱহাৰত সাধাৰণ ব্যৱহাৰকাৰীৰ সুবিধা হিচাপে কৰা আৰু অন্যান্য গ্ৰাহকসকলৰ অহা-যোৱাত কোনো অগ্ৰাধিকাৰ নাথাকে৷
  • চুক্তিৰ সময়ত গঢ়ি তোলা সম্পত্তি আৰু সুবিধাসমূহৰ সংৰক্ষণ ব্যক্তিগত পাৰ্টীয়ে কৰিব লাগিব৷
  • এই আঁচনিৰ অধীনত সাহঃ টাৰ্মিনেল মাচুল(টিচি) আৰু টাৰ্মিনেল আহৰণ মাচুল(টিএচি), যি বিষয়েই নহওক কিয়, কাম সম্পূৰ্ণ কৰাৰ তাৰিখৰ পৰা পাঁচ বছৰৰ বাবে গুডছ শ্বেডত সকলো ভাগ-বতৰা কৰিব৷য
  • কম পৰিমাণৰ শ্বেয়াৰ (টিচি/টিএচি) দাবী কৰা পাৰ্টীক নিবিদাৰ জৰিয়তে বাছনি কৰা ব৷
  • পাৰ্টীৰ বাবে অতিৰিক্ত ৰাজহ-সৰু কেণ্টিন/চাহৰ দোকান, বিজ্ঞাপন আদি স্থাপন কৰাৰ বাবে মুকলি ঠাইৰ ব্যৱহাৰ কৰিব৷

 

*****

DJN/MKV/DB


(Release ID: 1664963)