গৃহ মন্ত্ৰালয়

কুৱেইটৰ আমিৰ মাননীয় শ্বেইখ চাবাহ আল-আহমেদ আল-জাবেৰ আল-চাবাহৰ বিয়োগত সন্মান জ্ঞাপনাৰ্থে ৪ অক্টোবৰ, ২০২০ত এদিনীয়া ৰাষ্ট্ৰীয় শোক

प्रविष्टि तिथि: 01 OCT 2020 4:29PM by PIB Guwahati

২৯ ছেপ্টেম্বৰ, ২০২০ত কুৱেইটৰ আমিৰ মাননীয় শ্বেইখ চাবাহ আল-আহমেদ আল-জাবেৰ আল-চাবাহৰ বিয়োগ ঘটে।  প্ৰয়াত বিশিষ্টজনলৈ সন্মান জ্ঞাপনাৰ্থে, ভাৰত চৰকাৰে ৪ অক্টোবৰ, ২০২০ত সমগ্ৰ ভাৰতত এদিনীয়া ৰাষ্ট্ৰীয় শোক পালনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

উক্ত দিনা সমগ্ৰ ভাৰতত সদায়েই উত্তোলিত হৈ থকা ৰাষ্ট্ৰীয় পতাকা অৰ্ধনমিত কৰা হ’ব আৰু চৰকাৰীভাৱে কোনো ধৰণৰ মনোৰঞ্জনমূলক কাৰ্যসূচী গ্ৰহণ কৰা নহয়।

*****

NW/RK/PK/DDD/SB


(रिलीज़ आईडी: 1660823) आगंतुक पटल : 166
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Manipuri , English , Urdu , हिन्दी , Marathi , Bengali , Punjabi , Tamil