ভাৰতীয় নিৰ্বাচন আয়োগ

কৰ্ণাটক বিধান পৰিষদৰ ০২ স্নাতক আৰু ০২ শিক্ষক সমষ্টিৰ দ্বি-বাৰ্ষিক নিৰ্বাচন

পোষ্ট কৰা হৈছে: 29 SEP 2020 1:38PM by PIB Guwahati

সদস্যৰ অৱসৰৰ বাবে কৰ্ণাটক বিধান পৰিষদত স্নাতক আৰু শিক্ষক কেন্দ্ৰৰ চাৰিটা সদস্য পদ ৩০জুন,২০২০ৰ পৰা খালী হৈ আছে। এই আসন সমূহৰ বিস্তাৰিত বিৱৰণ তলত দিয়া ধৰণৰঃ

কৰ্ণাটক

ক্রমিক নং

কেন্দ্রৰ নাম

সদস্যৰ নাম

অৱসৰৰ তাৰিখ

১.

কর্ণাটক দক্ষিণপূব স্নাতক

আৰ চৌড়া ৰেড্ডি, থুপল্লি

৩০.৬.২০২০

২.

কর্ণাটক পশ্চিম স্নাতক

এছ ভি ছানকানুৰ

৩০.৬.২০২০

৩.

কর্ণাটক উত্তৰ-পূব শিক্ষক

ছৰনাপ্পা মাত্তুৰ

৩০.৬.২০২০

বেংগালুৰু শিক্ষক

পুত্তান্না

৩০.৬.২০২০

 

২.কভিড-১৯ৰ বাবে জনস্বাস্থ্যৰ জৰুৰী অৱস্থাৰ অপ্ৰত্যাশিত পৰিস্থিতি বিবেচনা কৰি আৰু উপযুক্ত কৰ্তৃপক্ষৰ দ্বাৰা দুৰ্যোগ ব্যৱস্থাপনা আইন,২০০৫ৰ অধীনত প্ৰদত্ত নিৰ্দেশনা আৰু আদেশ বিবেচনা কৰি নিৰ্বাচন আয়োগে ০৮.০৬.২০২০ত ভাৰতৰ সংবিধানৰ ৩২৪ অনুচ্ছেদ আৰু ১৯৫১ৰ জনপ্ৰতিনিধিত্ব আইনৰ ১৬ ধাৰা অনুযায়ী এক আদেশ পাছ কৰে আৰু বৰ্তমানৰ পৰিস্থিতি পৰ্যবেক্ষণ কৰি উপৰোক্ত ছীটৰ বাবে নিৰ্বাচন প্ৰক্ৰিয়া পৰৱৰ্তী তাৰিখত অনুষ্ঠিত কৰাৰ নিৰ্দেশ দিয়ে

 

৩.কৰ্ণাটকৰ মুখ্য নিৰ্বাচনী বিষয়াৰ পৰা লাভ কৰা তথ্য বিবেচনা কৰি আয়োগে এতিয়া নিম্ন উল্লেখিত সূচী অনুযায়ী কৰ্ণাটক বিধান পৰিষদত স্নাতক আৰু শিক্ষক কেন্দ্ৰত দ্বি-বাৰ্ষিক নিৰ্বাচন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছেঃ

 

১.

অধিসূচনা জাৰিৰ তাৰিখ

১ অক্টোবৰ, ২০২০ (বৃহস্পতিবাৰ)

২.

মনোনয়ন জমা দিয়াৰ অন্তিম দিন

৮ অক্টোবৰ, ২০২০ (বৃহস্পতিবাৰ)

৩.

মনোনয়ন পত্র পৰীক্ষা

৯ অক্টোবৰ, ২০২০ (শুক্রবাৰ)

৪.

মনোনয়ন পত্র প্রত্যাহাৰৰ অন্তিম দিন

১২ অক্টোবৰ, ২০২০ (সোবাৰ)

৫.

নির্বাচনৰ তাৰিখ

২৮ অক্টোবৰ, ২০২০ (বুধবাৰ)

৬.

ভোগ গ্রহণৰ সময়

পুৱা ৮বজাৰ পৰা আবেলি ৫বজালৈ

৭.

ভোট গণনা

২ নৱেম্বৰ ২০২০, (সোমবাৰ)

৮.

যি তাৰিখৰ পূৰ্বে নির্বাচন প্রক্রিয়া সম্পূর্ণ হব

৫ নৱেম্বৰ ২০২০, (বৃহস্পতিবাৰ)

 

. এই নির্বাচন আদর্শ আচৰণবিধি এই মুহূর্তৰ পৰাই বলবৎ হল। আয়োগৰ ৱেবছাইটত এই লিংকসমূহত গৈ বিস্তাৰিত বিবচাব পাৰিব:

https://eci.gov.in/files/file/4070-biennial-bye-elections-to-the-legislative-councils-from-council-constituencies-by-graduates%E2%80%99-and-teachers%E2%80%99-and-local-authorities%E2%80%99-constituencies-%E2%80%93-mcc-instructions-%E2%80%93-regarding/

. কল ব্যক্তি বাবে সম্পূর্ণ নির্বাচন প্রক্রিয়াকালীন বিস্তাৰিত নির্দেশিকা

i. নির্বাচন সংক্রান্তীয় প্রতিটো কামৰ সময়ত প্রতিজন লোকেই  মাস্ক পৰিধান কৰিব লাগিব

ii. নির্বাচনৰ বাবে নির্দিষ্ট প্ৰেক্ষাগৃহ, কোঠা, চৌহদত প্রবেশৰ সময়ত

  1. প্রত্যেক ব্যক্তিৰ থার্মেল স্কেনিং কৰিব লাগিব
  2. সকলো স্থানতে ছেনিটাইজাৰ ৰাখিতে লাগিব

iii. ৰাজ্য চৰকাৰ আৰু কেন্দ্রীয় গৃহ পৰিক্ৰমা মন্ত্রালয়ৰ নির্দেশমতে সামাজিক দূৰত্ব বজাই ৰাখিব লাগিব

iv. যিমান সম্ভব ডাঙৰ ঘৰ ব্যবহাৰ কৰিব লাগিব যাতে সামাজিক দূৰত্ব বজাই ৰখা যায়

v. কভিড-১৯ বিধি পালন নিশ্চিত কৰিবলৈ নিবাচন কর্মী আৰু সুৰক্ষা কর্মীসকলৰ যাতায়াতৰ বাবে যথেষ্ট সংখ্যক গাড়ী ব্যবহাৰ কৰিব লাগিব

                          

. কভিড-১৯ সময় নির্বাচন সম্পন্ন কৰিবলৈ কঠোভাবে নির্দেশনা পালন কৰিব লাগিবআয়োগৰ ৱেবছাইটত এই নির্দেশনা নিম্নলিখিত লিংকত োৱা যাব :

https://eci.gov.in/files/file/12167-broad-guidelines-for-conduct-of-general-electionbye-election-during-covid-19/

 

 

 ********************************************************

SBS/MR/AC/KG


(ৰিলিজ আই ডি : 1660233) অতিথি কক্ষ : 156