প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
জন্ম বাৰ্ষিকী উপলক্ষে প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙক প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা
प्रविष्टि तिथि:
26 SEP 2020 2:32PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙৰ জন্ম বাৰ্ষিকী উপলক্ষে তেওঁক শুভেচ্ছা জনায়৷
টুইটাৰযোগে প্ৰধানমন্ত্ৰীয়ে কয়, “ড০ মনমোহন সিং জী লৈ জন্মদিনৰ শুভেচ্ছা জনাইছো৷ তেওঁ দীৰ্ঘায়ু আৰু সুস্থ জীৱনৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো৷”
***
VRRK/SH/DB
(रिलीज़ आईडी: 1659313)
आगंतुक पटल : 226
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam