স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ভাৰতত অভিলেখ সংখ্যক লোকে আৰোগ্য লাভ কৰিছে

বিগত ২৪ ঘণ্টাত ৯৪,০০০ তকৈও অধিক লোকে আৰোগ্য লাভ কৰিছে

ভাৰতত মুঠ আৰোগ্য লাভ কৰা লোকৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে, আজি ইয়াৰ সংখ্যাই ৪৩ লাখৰ সীমা অতিক্ৰম কৰিছে

মুঠ সক্ৰিয় ৰোগীৰ ৬০%ই আছে ৫খন ৰাজ্যত, ভাৰতত ৫২% নতুন সংক্ৰমণ আৰু ৬০% নতুনকৈ আৰোগ্য হোৱা লোকৰ প্ৰতিবেদন দাখিল হৈছে

Posted On: 20 SEP 2020 1:36PM by PIB Guwahati

ভাৰতত একেৰাহে দুদিন ধৰি ৯৪,০০০ তকৈও অধিক লোকে আৰোগ্য লাভ কৰিছে৷ বিগত ২৪ ঘণ্টাত দেশত ৯৪,৬১২ জন লোকে আৰোগ্য লাভ কৰিছে৷ ইয়াৰ জৰিয়তে এই পৰ্যন্ত মুঠ আৰোগ্য লাভ কৰা ৰোগীৰ সংখ্যাই ৪৩ লাখৰ সীমা (৪৩,০৩,০৪৩) অতিক্ৰম কৰিছে৷ আৰোগ্যৰ হাৰ হৈছে ৭৯.৬৮%৷

মহাৰাষ্ট্ৰ, কৰ্ণাটক, অন্ধ্ৰ প্ৰদেশ, উত্তৰ প্ৰদেশ আৰু তামিলনাডুৰ পৰা ৬০% নতুন আৰোগ্যৰ পৰিঘটনা প্ৰতিবেদিত হৈছে৷ মহাৰাষ্ট্ৰত একেৰাহে ২৩,০০০ নতুন লোকে আৰোগ্য লাভ কৰি শীৰ্ষ স্থান দখল কৰিছে৷ কৰ্ণাটক আৰু অন্ধ্ৰ প্ৰদেশ, দুয়োখন ৰাজ্যতে এদিনতে ১০,০০০ত কৈও অধিক লোকে আৰোগ্য লাভ কৰিছে৷

বিগত ২৪ ঘণ্টাত ৯২,৬০৫ জন লোক নতুনকৈ ৰোগত আক্ৰান্ত হৈছে৷ ইয়াৰে ৫২% লোক উক্ত পাঁচখন ৰাজ্যৰ পৰা চিহ্নিত হৈছে৷ এই ৰাজ্যকেইখনৰ পৰা সৰ্বাধিক সংখ্যক লোকে আৰোগ্যও লাভ কৰিছে৷

বিগত ২৪ ঘণ্টাত ১,১৩৩ জন লোকৰ মৃত্যু ঘটিছে৷

ক্ৰমিক নং.

ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশৰ নাম

 

২০.০৯.২০২০ তাৰিখ পৰ্যন্ত সক্ৰিয় ৰোগীৰ সংখ্যা

২০.০৯.২০২০ তাৰিখ পৰ্যন্ত মুঠ আৰোগ্য/মুকলি

মুঠ

1010824

4303043

 

1

মহাৰাষ্ট্ৰ

297866

857933

2

কৰ্ণাটক

98583

404841

3

অন্ধ্ৰ প্ৰদেশ

81763

530711

4

উত্তৰ প্ৰদেশ

66874

276690

5

তামিলনাডু

46453

481273

6

কেৰালা

37535

92951

7

চট্টিশগড়

37489

46081

8

ওড়িশা

33202

141657

9

দিল্লী

32064

205890

10

তেলেংগানা

30573

139700

11

অসম

29362

125543

12

পশ্চিম বংগ

24648

193014

13

পাঞ্জাৱ

22399

70373

14

মধ্য প্ৰদেশ

21964

79158

15

হাৰিয়ানা

21682

86150

16

জম্মু আৰু কাশ্মীৰ

21281

40265

17

ৰাজস্থান

17997

93805

18

গুজৰাট

16022

102444

19

ঝাৰখণ্ড

13548

55697

20

বিহাৰ

12629

153298

21

উত্তৰাখণ্ড

12465

27142

22

ত্ৰিপুৰা

6983

14810

23

গোৱা

5920

21760

24

পুডুচেৰী

4785

17209

25

হিমাচল প্ৰদেশ

4308

7484

26

চণ্ডীগড়

2911

6766

27

মেঘালয়

2038

2483

28

অৰুণাচল প্ৰদেশ

1957

5280

29

মণিপুৰ

1946

6723

30

নাগালেণ্ড

1206

4171

31

লাডাখ

993

2666

32

মিজোৰাম

588

990

33

ছিক্কিম

426

1972

34

দমন ডিউ আৰু দাদৰা নগৰ হাভেলী

208

2677

35

আন্দামান নিকোবাৰ দ্বীপপুঞ্জ

156

3436

36

লাক্ষাদ্বীপ

0

0

 

****

MV/SJ/MANN

 


(Release ID: 1657145) Visitor Counter : 191