প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ৰাজ্যসভাৰ সাংসদ শ্ৰী অশোক গাস্তীৰ বিয়োগত শোক প্ৰকাশ প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
17 SEP 2020 11:50PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যসভাৰ সাংসদ শ্ৰী অশোক গাস্তীৰ বিয়োগত শোক প্ৰকাশ কৰিছে।
‘ৰাজ্যসভাৰ সাংসদ শ্ৰী অশোক গাস্তী এগৰাকী নিষ্ঠাৱান কাৰ্যকৰ্তা আছিল যিয়ে কৰ্ণাটকত দলক শক্তিশালী কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিছিল। তেওঁ সমাজৰ দৰিদ্ৰ আৰু প্ৰান্তীয় শ্ৰেণীৰ সবলীকৰণৰ বাবে আগ্ৰহী আছিল। তেওঁৰ মৃত্যুত শোকাহত হৈছোঁ। তেওঁৰ পৰিয়াল আৰু বন্ধুবৰ্গৰ প্ৰতি মই সমবেদনা জনাইছোঁ। ওঁম শান্তি।’, প্ৰধানমন্ত্ৰীয়ে কয়।
**********
VRRK/KP/KG
(रिलीज़ आईडी: 1655960)
आगंतुक पटल : 111
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam