মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়

শিশু হেল্পলাইন সেৱা

Posted On: 17 SEP 2020 3:54PM by PIB Guwahati

চাইল্ডলাইন ইণ্ডিয়া ফাউণ্ডেশ্যনত ২০১৮ চনৰ জানুৱাৰী মাহৰ পৰা ২০২০ চনৰ আগষ্ট মাহলৈ লাভ কৰা ফোন কলৰ সংখ্যা তলত দিয়া ধৰণৰ -

মাহ

বছৰ

 

২০১৮

২০১৯

২০২০

মুঠ

জানুৱাৰী

,৩৫,৩৬০

,২০,৪১২

,৬৩,৩৮৮

২১,১৯,১৬০

ফেব্ৰুৱাৰী

,১৭,২৬৭

,৬১,৬৪৬

,২০,৬৯৬

২১,৯৯,৬০৯

মাৰ্চ

১২,০৭,৮১১

,০৯,২৫৯

,৮৩,৫১৩

২৯,০০,৫৮৩

এপ্ৰিল

১১,৮৫,১১৯

,১৬,০৮১

,৮৬,১৯৫

২৪,৮৭,৩৯৫

মে’

১২,৩৮,৯০৮

,৩৭,৯২৬

,২৭,২১০

২৫,০৪,০৪৪

জুন

১১,১২,৭১৪

,৮৫,০৭৮

,৯১,৯৬৩

২২,৮৯,৭৫৫

জুলাই

,১৭,৯৯৬

,১৯,৮০৩

,৮২,৫৭০

২১,২০,৩৬৯

আগষ্ট

,৭৩,৭৭৯

,২৯,৯৮৭

,৬২,৭৪৩

১৮,৬৬,৫০৯

ছেপ্তেম্বৰ

,৭৭,৩৩২

,৪০,৫১৬

-

১৪,১৭,৮৪৮

অক্টোবৰ

,৭৫,৪০৪

,৫১,৭৫৩

-

১৪,২৭,১৫৭

নৱেম্বৰ

,৪৯,৬৭১

,৯৮,১৬২

-

১৩,৪৭,৮৩৩

ডিচেম্বৰ

,৯৬,৩১৬

,৯৪,০৪৬

-

১২,৯০,৩৬২

মুঠ

,১২,৮৭,৬৭৭

৭৮,৬৪,৬৬৯

৪৮,১৮,২৭৮

,৩৯,৭০,৬২৪

 

ৰাজ্যসভাত আজি এক প্ৰশ্নৰ লিখিত উত্তৰত এই তথ্য জনায় কেন্দ্ৰীয় মহিলা আৰু শিশু কল্যাণ মন্ত্ৰী শ্ৰীমতী স্মৃতি জুবিন ইৰাণীয়ে। তেওঁ লগতে কয় যে বৰ্তমান চাইল্ডলাইন সেৱা দেশৰ ৫৯৪ খন জিলাত আৰম্ভ হৈ গৈছে। ২০১৮-ৰ ১ জানুৱাৰী পৰ্যন্ত এই সেৱা ৪১৩ খন জিলাচ চলি আছিল। অৱশ্যে চলিত বছৰৰ ১৫ ছেপ্টেম্বৰ পৰ্যন্ত এই সেৱা ৫৯৪ খন জিলালৈ সম্প্ৰসাৰিত হৈছে। চাইল্ড হেল্পলাইনত ফোন কৰাৰ পিছত অপেক্ষাৰ সময়সীমা নিৰ্ভৰ কৰে লাইনৰ ব্যস্ততা আৰু ফোনকলাৰৰ উত্তৰ দিয়াৰ সময়ৰ ওপৰত। অৱশ্যে চাইল্ডলাইন সেৱাৰ সৈতে জড়িত দলে ফোন কল লাভ কৰাৰ এঘন্টাৰ ভিতৰতেই ঘটনাস্থলীত উপস্থিত হয়। গতিকে, উপস্থিত হোৱা বিষয়টো বিভিন্ন বিষয়ৰ ওপৰত যেনে পাৰ্বত্য এলেকা, মহানগৰ, পৰিবহণৰ সুবিধা প্ৰভৃতিৰ ওপৰত নিৰ্ভৰশীল।

চাইল্ডলাইন সেৱাৰ কাম-কাজ পুনৰ্গঠনৰ কামৰ খতিয়ান চোৱাৰ বাবে বিভাগীয় ৰাজ্যিক মন্ত্ৰীৰ নেতৃত্বত এখন কমিটিও গঠন কৰা হৈছে বুলিও জনায় শ্ৰীমতী ইৰাণীয়ে।

****

APS/SG/RC/RD



(Release ID: 1655946) Visitor Counter : 84