স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

একেৰাহে দুদিনত ভাৰতত ৮২,০০০ কৈ লোকে লাভ কৰিছে আৰোগ্য

মুঠ আৰোগ্য লাভৰ সংখ্যাই অতিক্ৰম কৰিলে ৪০ লাখ

বৰ্তমান চিকিৎসাধীনৰ সংখ্যাতকৈ আৰোগ্য লাভৰ সংখ্যা ৩০ লাখ অধিক

Posted On: 17 SEP 2020 12:18PM by PIB Guwahati

ভাৰতত ধাৰাবাহিকভাৱে দুটা দিনত ৰেকৰ্ড সংখ্যক ৮২ হাজাৰৰো অধিক লোকে আৰোগ্য লাভ কৰিছে।

 

বিগত ২৪ ঘন্টাত ক’ৰোনামুক্ত হৈছে ৮২,৯৬১ গৰাকী ৰোগী।

 

সুস্থতাৰ সংখ্যা ক্ৰমাগতভাৱে বৃদ্ধি পোৱাৰ লাভৰ হাৰ ক্ৰমাৎ ক্ষীপ্ৰতাৰে বৃদ্ধি পাইছে, আৰু এই হাৰ আজি আৰু বৃদ্ধি পাই হৈছেগৈ ৭৮.৬৪ শতাংশ।

 

দেশত এইপৰ্যন্ত ৪০ লাখ ২৫ হাজাৰ ৭৯ জন ৰোগী ক’ৰোনামুক্ত হৈছে। আজিপৰ্যন্ত নিশ্চিতভাৱে ক’ৰোনাত আক্ৰান্তৰ তুলনাত সুস্থতাৰ সংখ্যা বৃদ্ধি হৈ ৩০ লাখতকৈও অধিক হৈছে, যিটো নিশ্চিতভাৱে আক্ৰান্তৰ সংখ্যাতকৈ চাৰি গুণ অধিক। বিগত ৩০ দিনত ১০০ শতাংশ হাৰত সুস্থতাৰ সংখ্যা বৃদ্ধি পোৱাত এই সাফল্য পোৱা গৈছে।

মহাৰাষ্ট্ৰৰ পৰাই এক-পঞ্চমাংশতকৈ অধিক ক’ৰোনা ৰোগীয়ে আৰোগ্য লাভ কৰিছে। এই ৰাজ্যৰ পৰা আৰোগ্য লাভৰ সংখ্যা হৈছে ১৭,৫৫৯ গৰাকী। অন্ধ্ৰপ্ৰদেশৰ পৰা ১০,৮৪৫ জন, কৰ্ণাটকৰ পৰা ৬,৫৮০ জন লোক, উত্তৰ প্ৰদেশৰ পৰা ৬,৪৭৬ জন আৰু তামিলনাড়ুৰ পৰা ৫,৭৬৮ জন লোকে আৰোগ্য লাভ কৰাত এই পাঁচখকন ৰাজ্যৰ পৰা মুঠ আৰোগ্য লাভৰ হাৰ ৩৫.৮৭ শতাংশ হৈছেগৈ।

দেশত আৰোগ্য লাভৰ দিশৰ পৰা এই ৰাজ্যসমূহত সুস্থতাৰ হাৰ হৈছে ৫৭.১ শতাংশ।

 

দেশত আজি পৰ্যন্ত নিশ্চিতভাৱে ক’ৰোনাত আক্ৰান্তৰ সংখ্যা ১০ লাখ ৯ হাজাৰ ৯৭৬ গৰাকী।

 

নিশ্চিতভাৱে ক’ৰোনাত আক্ৰান্তৰ প্ৰায় অৰ্ধেক বা ৪৮.৪৫ শতাংশতকৈও অধিক প্ৰভাৱিত লোক হৈছে এই তিনিখন ৰাজ্যৰ, সেয়া হৈছে - মহাৰাষ্ট্ৰ, কৰ্ণাটক আৰু অন্ধ্ৰপ্ৰদেশ। নিশ্চিতভাৱে ক’ৰোনাত আক্ৰান্তৰ প্ৰায় ৬০ শতাংশই এই তিনিখন ৰাজ্য আৰু উত্তৰ প্ৰদেশ তথা তামিলনাড়ুৰ।

দেশত বিগত ২৪ ঘন্টাত ১,১৩২ জন লোকৰ ক’ৰোনাত মৃত্যুৰ খবৰ পোৱা গৈছে। ইয়াৰ ভিতৰত সৰ্বাধিক ৪৭৪ জন লোকৰ মৃত্যু হৈছে মহাৰাষ্ট্ৰতে। ইয়াৰ পিছতে আছে উত্তৰ প্ৰদেশ (৮৬), পঞ্জাৱ (৭৮), অন্ধ্ৰ প্ৰদেশ (৬৪) আৰু পশ্চিমবঙ্গ (৬১)। এই ৰাজ্যসমূহৰ পৰা বিগত ২৪ ঘন্টাত দেশত মুঠ ক’ৰোনাত মৃত্যুৰ হাৰ ২৫.৫ শতাংশ হ্ৰাস পাইছে।

#

 

 

ৰাজ্য/কেন্দ্ৰীয় শাীসিত এলেকাৰ নাম

চিকিৎসাধীনৰ সংখ্যা

নিশ্চিত ঘটনা

আৰোগ্যৰ মুঠ সংখ্যা/চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া/প্ৰব্ৰজিত ঘটানা

সৰ্বমুঠ মৃত্যুৰ সংখ্যা

 

 

১৬.০৯.২০২০ তাৰিখলৈ

১৭.০৯.২০২০ তাৰিখলৈ

১৫.০৯.২০২০ তাৰিখলৈ

কালিৰ পৰা পৰিৱৰ্তন

১৭.০৯.২০২০ তাৰিখলৈ

১৫.০৯.২০২০ তাৰিখলৈ

কালিৰ পৰা পৰিৱৰ্তন

১৭.০৯.২০২০ তাৰিখলৈ

১৫.০৯.২০২০ তাৰিখলৈ

কালিৰ পৰা পৰিৱৰ্তন

মুঠ ঘটনা

১০০৯৯৭৬

৫১১৮২৫৩

৫০২০৩৫৯

৯৭৮৯৪

৪০২৫০৭৯

৩৯৪২৩৬০

৮২৭১৯

৮৩১৯৮

৮২০৬৬

১১৩২

মহাৰাষ্ট্ৰ

২৯৭৫০৬

১১২১২২১

১০৯৭৮৫৬

২৩৩৬৫

৭৯২৮৩২

৭৭৫২৭৩

১৭৫৫৯

৩০৮৮৩

৩০৪০৯

৪৭৪

কৰ্ণাটক

১০১৬৪৫

৪৮৪৯৯০

৪৭৫২৬৫

৯৭২৫

৩৭৫৮০৯

৩৬৯২২৯

৬৫৮০

৭৫৩৬

৭৪৮১

৫৫

অন্ধ্ৰপ্ৰদেশ

৯০২৭৯

৫৯২৭৬০

৫৮৩৯২৫

৮৮৩৫

৪৯৭৩৭৬

৪৮৬৫৩১

১০৮৪৫

৫১০৫

৫০৪১

৬৪

উত্তৰ প্ৰদেশ

৬৭০০২

৩৩০২৬৫

৩২৪০৩৬

৬২২৯

২৫৮৫৭৩

২৫২০৯৭

৬৪৭৬

৪৬৯০

৪৬০৪

৮৬

তামিলনাডু

৪৬৬৩৩

৫১৯৮৬০

৫১৪২০৮

৫৬৫২

৪৬৪৬৬৮

৪৫৮৯০০

৫৭৬৮

৮৫৫৯

৮৫০২

৫৭

চট্টিশগড়

৩৭৪৭০

৭৩৯৬৬

৭০৭৭৭

৩১৮৯

৩৫৮৮৫

৩৪২৭৯

১৬০৬

৬১১

৫৮৯

২২

কেৰালা

৩২৭৭৫

১১৭৮৬৩

১১৪০৩৩

৩৮৩০

৮৪৬০৮

৮২৩৪১

২২৬৭

৪৮০

৪৬৬

১৪

ওড়িষা

৩২৪০৫

১৬২৯২০

১৫৮৬৫০

৪২৭০

১২৯৮৫৯

১২৫৭৩৮

৪১২১

৬৫৬

৬৪৫

১১

দিল্লী

৩০৯১৪

২৩০২৬৯

২২৫৭৯৬

৪৪৭৩

১৯৪৫১৬

১৯১২০৩

৩৩১৩

৪৮৩৯

৪৮০৬

৩৩

১০

তেলেংগানা

৩০৪৪৩

১৬৫০০৩

১৬২৮৪৪

২১৫৯

১৩৩৫৫৫

১৩১৪৪৭

২১০৮

১০০৫

৯৯৬

১১

অসম

২৯০৯১

১৪৮৯৬৯

১৪৬৫৭৫

২৩৯৪

১১৯৩৬৭

১১৬৯০৩

২৪৬৪

৫১১

৪৯২

১৯

১২

পশ্চিমবঙ্গ

২৪১৪৭

২১২৩৮৩

২০৯১৪৬

৩২৩৭

১৮৪১১৩

১৮১১৪২

২৯৭১

৪১২৩

৪০৬২

৬১

১৩

মধ্যপ্ৰদেশ

২২১৩৬

৯৫৫১৫

৯৩০৫৩

২৪৬২

৭১৫৩৫

৬৯৬১৩

১৯২২

১৮৪৪

১৮২০

২৪

১৪

হাৰিয়ানা

২১৩৩৪

১০১৩১৬

৯৮৬২২

২৬৯৪

৭৮৯৩৭

৭৭১৬৬

১৭৭১

১০৪৫

১০২৬

১৯

১৫

পঞ্জাৱ

২১০২২

৮৭১৮৪

৮৪৪৮২

২৭০২

৬৩৫৭০

৬০৮১৪

২৭৫৬

২৫৯২

২৫১৪

৭৮

১৬

জম্মু-কাশ্মীৰ

১৯৫০৩

৫৮২৪৪

৫৬৬৫৪

১৫৯০

৩৭৮০৯

৩৭০৬২

৭৪৭

৯৩২

৯১৪

১৮

১৭

ৰাজস্থান

১৭০৪৯

১০৭৬৮০

১০৫৮৯৮

১৭৮২

৮৯৩৫২

৮৭৮৭৩

১৪৭৯

১২৭৯

১২৬৪

১৫

১৮

গুজৰাট

১৬২৬২

১১৭৫৪৭

১১৬১৮৩

১৩৬৪

৯৮০২৯

৯৬৫৮২

১৪৪৭

৩২৫৬

৩২৪৪

১২

১৯

ঝাৰখণ্ড

১৪১৩৮

৬৬০৭৪

৬৪৪৩৯

১৬৩৫

৫১৩৫৭

৪৯৭৫০

১৬০৭

৫৭৯

৫৭১

২০

বিহাৰ

১২৯৫৯

১৬২৪৬৩

১৬০৮৭১

১৫৯২

১৪৮৬৫৬

১৪৬৯৮০

১৬৭৬

৮৪৮

৮৩৬

১২

২১

উত্তৰাখণ্ড

১১০৬৮

৩৫৯৪৭

৩৪৪০৭

১৫৪০

২৪৪৩২

২৩২৩০

১২০২

৪৪৭

৪৩৮

২২

ত্ৰিপুৰা

৭৪৯৮

২০৬৭৬

২০১৫০

৫২৬

১২৯৫৬

১২৪৩৫

৫২১

২২২

২১৭

২৩

গোৱা

৫৩৭৫

২৬১৩৯

২৫৫১১

৬২৮

২০৪৪৫

২০০৯৪

৩৫১

৩১৯

৩১৫

২৪

পণ্ডীচেৰী

৪৭৭০

২১১১১

২০৬০১

৫১০

১৫৯২৩

১৫৫২২

৪০১

৪১৮

৪০৫

১৩

২৫

হিমাচল প্ৰদেশ

৪১৪৬

১০৭৯৫

১০৩৩৫

৪৬০

৬৫৫৮

৬৪৪৪

১১৪

৯১

৯০

২৬

চণ্ডীগড়

৩১৭১

৮৯৫৮

৮৫৯২

৩৬৬

৫৬৮৩

৫৫০২

১৮১

১০৪

৯৯

২৭

মেঘালয়

১৯০২

৪১৯৫

৪০৩৬

১৫৯

২২৬৪

২১৯০

৭৪

২৯

২৮

২৮

অৰুণাচল প্ৰদেশ

১৮৯২

৬৬৯২

৬৪৬৬

২২৬

৪৭৮৭

৪৬৫৮

১২৯

১৩

১৩

২৯

মণিপুৰ

১৭৫১

৮৩২০

৮২১০

১১০

৬৫২১

৬৪১৮

১০৩

৪৮

৪৭

৩০

নাগালেণ্ড

১২৬১

৫২৬৩

৫২২৯

৩৪

৩৯৮৭

৩৯৪৫

৪২

১৫

১৫

৩১

লাডাখ

৯৫৩

৩৫৩৫

৩৪৯৯

৩৬

২৫৩৬

২৫১৭

১৯

৪৬

৪৪

৩২

মিজোৰাম

৫৬৭

১৫০৬

১৪৮০

২৬

৯৩৯

৯২২

১৭

৩৩

ছিকিম

৪৮০

২২২১

২১৭৩

৪৮

১৭২২

১৬৯০

৩২

১৯

১৯

৩৪

দাদৰ-নগৰ হাফেলী আৰু দমন-ডিউ

২৩৩

২৮১০

২৭৮৩

২৭

২৫৭৫

২৫৫২

২৩

৩৫

আন্দামান নিকোবৰ দ্বীপপুঞ্জ

১৯৬

৩৫৯৩

৩৫৭৪

১৯

৩৩৪৫

৩৩১৮

২৭

৫২

৫২

৩৬

লাক্ষাদ্বীপ

 

****

MV/RD



(Release ID: 1655942) Visitor Counter : 176