প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

বিশ্বকৰ্মা জয়ন্তী উপলক্ষে জনসাধাৰণক শুভেচ্ছা জ্ঞাপন প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 17 SEP 2020 11:37AM by PIB Guwahati

বিশ্বকৰ্মা জয়ন্তী উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জনসাধাৰণক শুভেচ্ছা জনাইছে।

এটা টুইটত, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, "বিশ্বকৰ্মা জয়ন্তী উপলক্ষে সমূহ দেশবাসীক অলেখ শুভকামনা জনাইছো। আজিৰ দিনটো সেইসকল লোকৰ বাবে সমৰ্পিত, যাৰ বাবে কৰ্মই পূজা, যাৰ সৃষ্টিয়ে সমগ্ৰ মানৱজাতিকে সমৃদ্ধ কৰি তুলিছে।"

***

VRRK/SH/SB


(रिलीज़ आईडी: 1655484) आगंतुक पटल : 154
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam