স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

কভিড-১৯ নমুনা পৰীক্ষাগাৰ

Posted On: 15 SEP 2020 3:00PM by PIB Guwahati

স্বাস্থ্য গৱেষণা বিভাগৰ অধীনৰ স্বায়ত্তশাসিত সংস্থা ভাৰতীয় চিকিত্সা বিজ্ঞান গৱেষণা পৰিষদৰ পৰা লাভ কৰা তথ্য অনুসৰি দেশজুৰি মাৰ্চ, এপ্ৰিল, মে, জুন আৰু জুলাই মাহত কভিডৰ নমুনা পৰীক্ষাৰ বাবে যথাক্ৰমে ১৫২,২৪৭, ২৭৫,  ৩৬৭ আৰু ২৯৮টা পৰীক্ষাগাৰ স্থাপন কৰা হৈছে।  

 

আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত মাৰ্চ, এপ্ৰিল, মে, জুন আৰু জুলাই মাহত কভিডৰ নমুনা পৰীক্ষাৰ বাবে যথাক্ৰমে ১,২,-,-,১টা পৰীক্ষাগাৰ স্থাপন কৰা হৈছে।

 

অন্ধ্ৰ প্ৰদেশত মাৰ্চ, এপ্ৰিল, মে, জুন আৰু জুলাই মাহত কভিডৰ নমুনা পৰীক্ষাৰ বাবে যথাক্ৰমে ৬,৪১,১০,৪ আৰু ১০টা পৰীক্ষাগাৰ স্থাপন কৰা হৈছে।

 

অৰুণাচল প্ৰদেশত মাৰ্চ, এপ্ৰিল, মে, জুন আৰু জুলাই মাহত কভিডৰ নমুনা পৰীক্ষাৰ বাবে যথাক্ৰমে -,১, ১,২ আৰু ৬টা পৰীক্ষাগাৰ স্থাপন কৰা হৈছে।

 

অসমত মাৰ্চ, এপ্ৰিল, মে, জুন আৰু জুলাই মাহত কভিডৰ নমুনা পৰীক্ষাৰ বাবে যথাক্ৰমে ৪,২, ৩,৪ আৰু ১০টা পৰীক্ষাগাৰ স্থাপন কৰা হৈছে। 

 

বিহাৰত মাৰ্চ, এপ্ৰিল, মে, জুন আৰু জুলাই মাহত কভিডৰ নমুনা পৰীক্ষাৰ বাবে যথাক্ৰমে ৫,১, ১৪,২২ আৰু ৬টা পৰীক্ষাগাৰ স্থাপন কৰা হৈছে।

 

চণ্ডীগড়ত মাৰ্চ, এপ্ৰিল, মে, জুন আৰু জুলাই মাহত কভিডৰ নমুনা পৰীক্ষাৰ বাবে যথাক্ৰমে ২,১,১,১ আৰু -টা পৰীক্ষাগাৰ স্থাপন কৰা হৈছে।

 

চত্তীশগড়ত মাৰ্চ, এপ্ৰিল, মে, জুন আৰু জুলাই মাহত কভিডৰ নমুনা পৰীক্ষাৰ বাবে যথাক্ৰমে ২,১, ২,২ আৰু ৭টা পৰীক্ষাগাৰ স্থাপন কৰা হৈছে।

 

দিল্লীত মাৰ্চ, এপ্ৰিল, মে, জুন আৰু জুলাই মাহত কভিডৰ নমুনা পৰীক্ষাৰ বাবে যথাক্ৰমে ১৩,৮,১৮,১১আৰু ১০টা পৰীক্ষাগাৰ স্থাপন কৰা হৈছে।

 

গুজৰাটত মাৰ্চ, এপ্ৰিল, মে, জুন আৰু জুলাই মাহত কভিডৰ নমুনা পৰীক্ষাৰ বাবে যথাক্ৰমে ৮,১০,২১,১৪ আৰু ৫টা পৰীক্ষাগাৰ স্থাপন কৰা হৈছে।

 

উত্তৰ প্ৰদেশত মাৰ্চ, এপ্ৰিল, মে, জুন আৰু জুলাই মাহত কভিডৰ নমুনা পৰীক্ষাৰ বাবে যথাক্ৰমে ৬,১৪,৮,১০০ আৰু ২৭টা পৰীক্ষাগাৰ স্থাপন কৰা হৈছে।

 

 

মহাৰাষ্ট্ৰত মাৰ্চ, এপ্ৰিল, মে, জুন আৰু জুলাই মাহত কভিডৰ নমুনা পৰীক্ষাৰ বাবে যথাক্ৰমে ১৯,৩৬,২৩,৩২ আৰু ২১টা পৰীক্ষাগাৰ স্থাপন কৰা হৈছে।           

  

পশ্চিম বংগত মাৰ্চ, এপ্ৰিল, মে, জুন আৰু জুলাই মাহত কভিডৰ নমুনা পৰীক্ষাৰ বাবে যথাক্ৰমে ৫ ,১২,২২,১২আৰু ৮টা পৰীক্ষাগাৰ স্থাপন কৰা হৈছে।

 

সমগ্ৰ দেশত মাৰ্চ, এপ্ৰিল, মে, জুন আৰু জুলাই মাহত কভিডৰ নমুনা পৰীক্ষাৰ বাবে যথাক্ৰমে সৰ্বমুঠ ১৫২,২৪৭, ২৭৫,  ৩৬৭ আৰু ২৯৮টা পৰীক্ষাগাৰ স্থাপন কৰা হৈছে।

 

এই তথ্য আজি ৰাজ্যসভাত দাখিল কৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ ৰাজ্য মন্ত্ৰী শ্ৰী অশ্বিনী কুমাৰ চৌবেই।    

*****

MV/KG


(Release ID: 1654832) Visitor Counter : 114