স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়
ক’ভিড-১৯ৰ সন্দৰ্ভত শেহতীয়া তথ্য
ভাৰতৰ দৈনিক আৰোগ্যৰ ৬০ শতাংশই ৫ খন ৰাজ্যৰ
মুঠ আৰোগ্যৰ সংখ্যা প্ৰায় ৩৫.৫ লাখ হৈছে
Posted On:
11 SEP 2020 11:50AM by PIB Guwahati
ভাৰতে ধাৰাবাহিকভাৱে আৰোগ্যৰ হাৰ বৃদ্ধিৰ ধাৰা অব্যাহত ৰাখিছে৷ বিগত ২৪ ঘণ্টাত দেশত ৭০,৮৮০গৰাকী লোক আৰোগ্য হৈছে৷ ইয়াৰে ভিতৰত মহাৰাষ্ট্ৰ আৰু অন্ধ্ৰপ্ৰদেশত এদিনতে ক্ৰমে ১৪,০০০ আৰু ১০,০০০ লোক আৰোগ্য হৈছে৷ ভাৰতত বৰ্তমানলৈকে ৩৫,৪২,৬৬৩গৰাকী লোক আৰোগ্য হৈছে৷ আৰোগ্যৰ হাৰ ৭৭.৬৫%৷
ভাৰতৰ দৈনিক আৰোগ্যৰ ৬০শতাংশই ৫খন ৰাজ্য ক্ৰমে-মহাৰাষ্ট্ৰ, তামিলনাডু, অন্ধ্ৰপ্ৰদেশ, কৰ্ণাটক আৰু উত্তৰুপ্ৰদেশৰ৷
ইফালে, কালি দিনটো ৯৬,৫৫১গৰাকী লোক পুনৰ ক’ৰোনাত আক্ৰান্ত হৈছে৷ দেশত বিগত ২৪ ঘণ্টাত ১,২০৯গৰাকী ক’ভিড ৰোগীৰ মৃত্যু হৈছে৷ ইয়াৰে মহাৰাষ্ট্ৰত সৰ্বাধিক ৪৯৫ আৰু কৰ্ণাটকত ১২৯গৰাকী লোকৰ মৃত্যু হৈছে৷ ইয়াৰে ভিতৰত ২৩,০০০তকৈ অধিক মহাৰাষ্ট্ৰৰ আৰু ১০,০০০তকৈ অধিক অন্ধ্ৰপ্ৰদেশৰ৷ বিগত ২৪ ঘণ্টাত নতুনকৈ আক্ৰান্তৰ প্ৰায় ৫৭%ই সংশ্লিষ্ট ৰাজ্য পাঁচখনৰ৷
দেশত বৰ্তমান ৯,৪৩,৪৮০গৰাকী ৰোগী চিকিৎসাধীন হৈ আছে৷ ইয়াৰে ভিতৰত মহাৰাষ্ট্ৰ আৰু কৰ্ণাটকত ক্ৰমে ২.৬ আৰু ১লাখতকৈ অধিক লোক আছে৷
বৰ্তমান চিকিৎসাধীন ৰোগীৰ ৭৪%ই ৯খন সৰ্বাধিক প্ৰভাৱিত ৰাজ্যৰ৷ মুঠ চিকিৎসাধীন ৰোগীৰ ৪৮%ই মহাৰাষ্ট্ৰ, কৰ্ণাটক আৰু অন্ধ্ৰপ্ৰদেশৰ৷
বিগত ২৪ ঘণ্টাত প্ৰায় ১,২০৯গৰাকী ক’ভিড ৰোগীৰ মৃত্যু হৈছে৷ ইয়াৰে ভিতৰত মহাৰাষ্ট্ৰত ৪৯৫, কৰ্ণাটকত ১২৯ আৰু উত্তৰপ্ৰদেশত ৯৪জন ৰোগী আছে৷
#
|
ৰাজ্য/কেন্দ্ৰীয়শাসিত অঞ্চলৰ নাম
|
চিকিৎসাধীন ৰোগী
|
নিশ্চিত সংক্ৰমিত লোক
|
সামূহিক আৰোগ্য/ডিছচাৰ্জড/প্ৰব্ৰজিত ৰোগী
|
সামূহিক মৃত্যু
|
১১.০৯.২০২০লৈকে
|
১১.০৯.২০২০লৈকে
|
১০.০৯.২০২০লৈকে
|
কালিৰ পৰা সলনি
|
১১.০৯.২০২০লৈকে
|
১০.০৯.২০২০লৈকে
|
কালিৰ পৰা সলনি
|
১১.০৯.২০২০লৈকে
|
১০.০৯.২০২০লৈকে
|
কালিৰ পৰা সলনি
|
মুঠ আক্ৰান্ত
|
৯৪৩৪৮০
|
৪৫৬২৪১৪
|
৪৪৬৫৮৬৩
|
৯৬৫৫১
|
৩৫৪২৬৬৩
|
৩৪৭১৭৮৩
|
৭০৮৮০
|
৭৬২৭১
|
৭৫০৬২
|
১২০৯
|
১
|
মহাৰাষ্ট্ৰ
|
২৬১৭৯৮
|
৯৯০৭৯৫
|
৯৬৭৩৪৯
|
২৩৪৪৬
|
৭০০৭১৫
|
৬৮৬৪৬২
|
১৪২৫৩
|
২৮২৮২
|
২৭৭৮৭
|
৪৯৫
|
২
|
কৰ্ণাটক
|
১০১৫৫৬
|
৪৩০৯৪৭
|
৪২১৭৩০
|
৯২১৭
|
৩২২৪৫৪
|
৩১৫৪৩৩
|
৭০২১
|
৬৯৩৭
|
৬৮০৮
|
১২৯
|
৩
|
অন্ধ্ৰপ্ৰদেশ
|
৯৭৩৩৮
|
৫৩৭৬৮৭
|
৫২৭৫১২
|
১০১৭৫
|
৪৩৫৬৪৭
|
৪২৫৬০৭
|
১০০৪০
|
৪৭০২
|
৪৬৩৪
|
৬৮
|
৪
|
উত্তৰপ্ৰদেশ
|
৬৬৩১৭
|
২৯২০২৯
|
২৮৫০৪১
|
৬৯৮৮
|
২২১৫০৬
|
২১৬৯০১
|
৪৬০৫
|
৪২০৬
|
৪১১২
|
৯৪
|
৫
|
তামিলনাডু
|
৪৮৪৮২
|
৪৮৬০৫২
|
৪৮০৫২৪
|
৫৫২৮
|
৪২৯৪১৬
|
৪২৩২৩১
|
৬১৮৫
|
৮১৫৪
|
৮০৯০
|
৬৪
|
৬
|
তেলংগানা
|
৩২১৯৫
|
১৫২৬০২
|
১৫০১৭৬
|
২৪২৬
|
১১৯৪৬৭
|
১১৭১৪৩
|
২৩২৪
|
৯৪০
|
৯২৭
|
১৩
|
৭
|
ওড়িশা
|
৩০৫২৯
|
১৩৯১২১
|
১৩৫১৩০
|
৩৯৯১
|
১০৮০০১
|
১০৫২৯৫
|
২৭০৬
|
৫৯১
|
৫৮০
|
১১
|
৮
|
অসম
|
২৯৬৯০
|
১৩৫৮০৫
|
১৩৩০৬৬
|
২৭৩৯
|
১০৫৭০১
|
১০৩৫০৪
|
২১৯৭
|
৪১৪
|
৩৯৬
|
১৮
|
৯
|
চত্তীশগড়
|
২৯৩৩২
|
৫৫৬৮০
|
৫২৯৩২
|
২৭৪৮
|
২৫৮৫৫
|
২৪৪১৪
|
১৪৪১
|
৪৯৩
|
৪৭৭
|
১৬
|
১০
|
কেৰালা
|
২৬২৯২
|
৯৯২৬৬
|
৯৫৯১৭
|
৩৩৪৯
|
৭২৫৭৮
|
৭০৯১৭
|
১৬৬১
|
৩৯৬
|
৩৮৪
|
১২
|
১১
|
দিল্লী
|
২৫৪১৬
|
২০৫৪৮২
|
২০১১৭৪
|
৪৩০৮
|
১৭৫৪০০
|
১৭২৭৬৩
|
২৬৩৭
|
৪৬৬৬
|
৪৬৩৮
|
২৮
|
১২
|
পশ্চিমবংগ
|
২৩৩৭৭
|
১৯৩১৭৫
|
১৯০০৬৩
|
৩১১২
|
১৬৬০২৭
|
১৬২৯৯২
|
৩০৩৫
|
৩৭৭১
|
৩৭৩০
|
৪১
|
১৩
|
মধ্যপ্ৰদেশ
|
১৮৪৩৩
|
৮১৩৭৯
|
৭৯১৯২
|
২১৮৭
|
৬১২৮৫
|
৫৯৮৫০
|
১৪৩৫
|
১৬৬১
|
১৬৪০
|
২১
|
১৪
|
হাৰিয়ানা
|
১৮৩৩২
|
৮৫৯৪৪
|
৮৩৩৫৩
|
২৫৯১
|
৬৬৭০৫
|
৬৫১৪৩
|
১৫৬২
|
৯০৭
|
৮৮২
|
২৫
|
১৫
|
পাঞ্জাৱ
|
১৮০৮৮
|
৭২১৪৩
|
৬৯৬৮৪
|
২৪৫৯
|
৫১৯০৬
|
৫০৫৫৮
|
১৩৪৮
|
২১৪৯
|
২০৬১
|
৮৮
|
১৬
|
গুজৰাট
|
১৬১৯৮
|
১০৯৪৬৫
|
১০৮১৩৩
|
১৩৩২
|
৯০১০৩
|
৮৮৬৮৮
|
১৪১৫
|
৩১৬৪
|
৩১৪৯
|
১৫
|
১৭
|
ৰাজস্থান
|
১৫৭০২
|
৯৭৩৭৬
|
৯৫৭৩৬
|
১৬৪০
|
৮০৪৮২
|
৭৯৪৫০
|
১০৩২
|
১১৯২
|
১১৭৮
|
১৪
|
১৮
|
ঝাৰখণ্ড
|
১৫৪৪৭
|
৫৮০৭৯
|
৫৬৮৯৭
|
১১৮২
|
৪২১১৫
|
৪০৬৫৯
|
১৪৫৬
|
৫১৭
|
৫১২
|
৫
|
১৯
|
বিহাৰ
|
১৫২৩৯
|
১৫৩৫৬৮
|
১৫২১৯২
|
১৩৭৬
|
১৩৭৫৪৪
|
১৩৫৭৯১
|
১৭৫৩
|
৭৮৫
|
৭৭৫
|
১০
|
২০
|
জম্মু আৰু কাশ্মীৰ (কে. শা. অ)
|
১৪০৭৪
|
৪৯১৩৪
|
৪৭৫৪২
|
১৫৯২
|
৩৪২১৫
|
৩৩৮৭১
|
৩৪৪
|
৮৪৫
|
৮৩২
|
১৩
|
২১
|
উত্তৰাখণ্ড
|
৯১০৬
|
২৮২৬৬
|
২৭২১১
|
১০৫৫
|
১৮৭৮৩
|
১৮২৬২
|
৫২১
|
৩৭৭
|
৩৭২
|
৫
|
২২
|
ত্ৰিপুৰা
|
৭৩৮৩
|
১৭৮১১
|
১৭২৫২
|
৫৫৯
|
১০২৫৫
|
৯৯৯৩
|
২৬২
|
১৭৩
|
১৭৩
|
০
|
২৩
|
গোৱা
|
৫০৩০
|
২২৮৯০
|
২২২৫১
|
৬৩৯
|
১৭৫৯২
|
১৭১৫৬
|
৪৩৬
|
২৬৮
|
২৬২
|
৬
|
২৪
|
পুডুচেৰী
|
৪৭৯৪
|
১৮৫৩৬
|
১৮০৮৪
|
৪৫২
|
১৩৩৮৯
|
১২৯৬৭
|
৪২২
|
৩৫৩
|
৩৪৭
|
৬
|
২৫
|
হিমাচলপ্ৰদেশ
|
২৭২৩
|
৮৪৬৬
|
৮১৪৭
|
৩১৯
|
৫৬৭৭
|
৫৫৯৭
|
৮০
|
৬৬
|
৬৩
|
৩
|
২৬
|
চণ্ডীগড়
|
২৫৭৩
|
৬৯৮৭
|
৬৭০৪
|
২৮৩
|
৪৩৩১
|
৪১৪০
|
১৯১
|
৮৩
|
৮০
|
৩
|
২৭
|
অৰুণাচলপ্ৰদেশ
|
১৬৫৮
|
৫৬৭২
|
৫৫৪৫
|
১২৭
|
৪০০৫
|
৩৯০৬
|
৯৯
|
৯
|
৯
|
০
|
২৮
|
মনিপুৰ
|
১৬৩৩
|
৭৪৭০
|
৭৩৬২
|
১০৮
|
৫৭৯৩
|
৫৫৪৮
|
২৪৫
|
৪৪
|
৪০
|
৪
|
২৯
|
মেঘালয়
|
১৪৩৪
|
৩২৯৬
|
৩১৯৭
|
৯৯
|
১৮৪২
|
১৮২৩
|
১৯
|
২০
|
১৯
|
১
|
৩০
|
নাগালেণ্ড
|
৮৩৪
|
৪৬৩৬
|
৪৩৭৫
|
২৬১
|
৩৭৯২
|
৩৭৮৭
|
৫
|
১০
|
১০
|
০
|
৩১
|
লাডাখ (কে.শা.অ)
|
৭৭৫
|
৩১৭৭
|
৩১৪২
|
৩৫
|
২৩৬৬
|
২৩২৯
|
৩৭
|
৩৬
|
৩৫
|
১
|
৩২
|
মিজোৰাম
|
৫৮৩
|
১৩৩৩
|
১১৯২
|
১৪১
|
৭৫০
|
৭৫০
|
০
|
০
|
০
|
০
|
৩৩
|
ছিকিম
|
৫৩২
|
২০০৯
|
১৯৮৯
|
২০
|
১৪৭০
|
১৪২৯
|
৪১
|
৭
|
৭
|
০
|
৩৪
|
দমন আৰু দিউ আৰু দাদৰা নগৰ হাভেলী
|
২৯৪
|
২৬৭১
|
২৬৪৩
|
২৮
|
২৩৭৫
|
২৩৪৬
|
২৯
|
২
|
২
|
০
|
৩৫
|
আন্দামান আৰু নিকোবৰ দীপপুঞ্জ
|
২৯৩
|
৩৪৬৫
|
৩৪২৬
|
৩৯
|
৩১২১
|
৩০৭৮
|
৪৩
|
৫১
|
৫১
|
০
|
৩৬
|
লাক্ষাদীপ
|
০
|
০
|
০
|
০
|
০
|
০
|
০
|
০
|
০
|
০
|
****
MV/SJ/DB
(Release ID: 1653508)
Visitor Counter : 190
Read this release in:
English
,
Urdu
,
Marathi
,
Hindi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Malayalam