স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ক’ভিড-১৯ৰ সন্দৰ্ভত শেহতীয়া তথ্য

ভাৰতৰ দৈনিক আৰোগ্যৰ ৬০ শতাংশই ৫ খন ৰাজ্যৰ

মুঠ আৰোগ্যৰ সংখ্যা প্ৰায় ৩৫.৫ লাখ হৈছে

Posted On: 11 SEP 2020 11:50AM by PIB Guwahati

ভাৰতে ধাৰাবাহিকভাৱে আৰোগ্যৰ হাৰ বৃদ্ধিৰ ধাৰা অব্যাহত ৰাখিছে৷ বিগত ২৪ ঘণ্টাত দেশত ৭০,৮৮০গৰাকী লোক আৰোগ্য হৈছে৷ ইয়াৰে ভিতৰত মহাৰাষ্ট্ৰ আৰু অন্ধ্ৰপ্ৰদেশত এদিনতে ক্ৰমে ১৪,০০০ আৰু ১০,০০০ লোক আৰোগ্য হৈছে৷ ভাৰতত বৰ্তমানলৈকে ৩৫,৪২,৬৬৩গৰাকী লোক আৰোগ্য হৈছে৷ আৰোগ্যৰ হাৰ ৭৭.৬৫%৷

ভাৰতৰ দৈনিক আৰোগ্যৰ ৬০শতাংশই ৫খন ৰাজ্য ক্ৰমে-মহাৰাষ্ট্ৰ, তামিলনাডু, অন্ধ্ৰপ্ৰদেশ, কৰ্ণাটক আৰু উত্তৰুপ্ৰদেশৰ৷

WhatsApp Image 2020-09-11 at 11.08.26 AM.jpeg

ইফালে, কালি দিনটো ৯৬,৫৫১গৰাকী লোক পুনৰ ক’ৰোনাত আক্ৰান্ত হৈছে৷ দেশত বিগত ২৪ ঘণ্টাত ১,২০৯গৰাকী ক’ভিড ৰোগীৰ মৃত্যু হৈছে৷ ইয়াৰে মহাৰাষ্ট্ৰত সৰ্বাধিক ৪৯৫ আৰু কৰ্ণাটকত ১২৯গৰাকী লোকৰ মৃত্যু হৈছে৷ ইয়াৰে ভিতৰত ২৩,০০০তকৈ অধিক মহাৰাষ্ট্ৰৰ আৰু ১০,০০০তকৈ অধিক অন্ধ্ৰপ্ৰদেশৰ৷ বিগত ২৪ ঘণ্টাত নতুনকৈ আক্ৰান্তৰ প্ৰায় ৫৭%ই সংশ্লিষ্ট ৰাজ্য পাঁচখনৰ

WhatsApp Image 2020-09-11 at 11.05.20 AM.jpeg

দেশত বৰ্তমান ৯,৪৩,৪৮০গৰাকী ৰোগী চিকিসাধীন হৈ আছে৷ ইয়াৰে ভিতৰত মহাৰাষ্ট্ৰ আৰু কৰ্ণাটকত ক্ৰমে ২.৬ আৰু ১লাখতকৈ অধিক লোক আছে৷

বৰ্তমান চিকিসাধীন ৰোগীৰ ৭৪%ই ৯খন সৰ্বাধিক প্ৰভাৱিত ৰাজ্যৰ৷ মুঠ চিকিসাধীন ৰোগীৰ ৪৮%ই মহাৰাষ্ট্ৰ, কৰ্ণাটক আৰু অন্ধ্ৰপ্ৰদেশৰ৷

WhatsApp Image 2020-09-11 at 11.05.19 AM.jpeg

বিগত ২৪ ঘণ্টাত প্ৰায় ১,২০৯গৰাকী ক’ভিড ৰোগীৰ মৃত্যু হৈছে৷ ইয়াৰে ভিতৰত মহাৰাষ্ট্ৰত ৪৯৫, কৰ্ণাটকত ১২৯ আৰু উত্তৰপ্ৰদেশত ৯৪জন ৰোগী আছে৷

#

 

 

ৰাজ্য/কেন্দ্ৰীয়শাসিত অঞ্চলৰ নাম

 

 

 

চিকিসাধীন ৰোগী

নিশ্চিত সংক্ৰমিত লোক

সামূহিক আৰোগ্য/ডিছচাৰ্জড/প্ৰব্ৰজিত ৰোগী

সামূহিক মৃত্যু

 

১১.০৯.২০২০লৈকে

১১.০৯.২০২০লৈকে

১০.০৯.২০২০লৈকে

কালিৰ পৰা সলনি

১১.০৯.২০২০লৈকে

১০.০৯.২০২০লৈকে

কালিৰ পৰা সলনি

১১.০৯.২০২০লৈকে

১০.০৯.২০২০লৈকে

কালিৰ পৰা সলনি

মুঠ আক্ৰান্ত

৯৪৩৪৮০

৪৫৬২৪১৪

৪৪৬৫৮৬৩

৯৬৫৫১

৩৫৪২৬৬৩

৩৪৭১৭৮৩

৭০৮৮০

৭৬২৭১

৭৫০৬২

১২০৯

মহাৰাষ্ট্ৰ

২৬১৭৯৮

৯৯০৭৯৫

৯৬৭৩৪৯

২৩৪৪৬

৭০০৭১৫

৬৮৬৪৬২

১৪২৫৩

২৮২৮২

২৭৭৮৭

৪৯৫

কৰ্ণাটক

১০১৫৫৬

৪৩০৯৪৭

৪২১৭৩০

৯২১৭

৩২২৪৫৪

৩১৫৪৩৩

৭০২১

৬৯৩৭

৬৮০৮

১২৯

অন্ধ্ৰপ্ৰদেশ

৯৭৩৩৮

৫৩৭৬৮৭

৫২৭৫১২

১০১৭৫

৪৩৫৬৪৭

৪২৫৬০৭

১০০৪০

৪৭০২

৪৬৩৪

৬৮

উত্তৰপ্ৰদেশ

৬৬৩১৭

২৯২০২৯

২৮৫০৪১

৬৯৮৮

২২১৫০৬

২১৬৯০১

৪৬০৫

৪২০৬

৪১১২

৯৪

তামিলনাডু

৪৮৪৮২

৪৮৬০৫২

৪৮০৫২৪

৫৫২৮

৪২৯৪১৬

৪২৩২৩১

৬১৮৫

৮১৫৪

৮০৯০

৬৪

তেলংগানা

৩২১৯৫

১৫২৬০২

১৫০১৭৬

২৪২৬

১১৯৪৬৭

১১৭১৪৩

২৩২৪

৯৪০

৯২৭

১৩

ওড়িশা

৩০৫২৯

১৩৯১২১

১৩৫১৩০

৩৯৯১

১০৮০০১

১০৫২৯৫

২৭০৬

৫৯১

৫৮০

১১

অসম

২৯৬৯০

১৩৫৮০৫

১৩৩০৬৬

২৭৩৯

১০৫৭০১

১০৩৫০৪

২১৯৭

৪১৪

৩৯৬

১৮

চত্তীশগড়

২৯৩৩২

৫৫৬৮০

৫২৯৩২

২৭৪৮

২৫৮৫৫

২৪৪১৪

১৪৪১

৪৯৩

৪৭৭

১৬

১০

কেৰালা

২৬২৯২

৯৯২৬৬

৯৫৯১৭

৩৩৪৯

৭২৫৭৮

৭০৯১৭

১৬৬১

৩৯৬

৩৮৪

১২

১১

দিল্লী

২৫৪১৬

২০৫৪৮২

২০১১৭৪

৪৩০৮

১৭৫৪০০

১৭২৭৬৩

২৬৩৭

৪৬৬৬

৪৬৩৮

২৮

১২

পশ্চিমবংগ

২৩৩৭৭

১৯৩১৭৫

১৯০০৬৩

৩১১২

১৬৬০২৭

১৬২৯৯২

৩০৩৫

৩৭৭১

৩৭৩০

৪১

১৩

মধ্যপ্ৰদেশ

১৮৪৩৩

৮১৩৭৯

৭৯১৯২

২১৮৭

৬১২৮৫

৫৯৮৫০

১৪৩৫

১৬৬১

১৬৪০

২১

১৪

হাৰিয়ানা

১৮৩৩২

৮৫৯৪৪

৮৩৩৫৩

২৫৯১

৬৬৭০৫

৬৫১৪৩

১৫৬২

৯০৭

৮৮২

২৫

১৫

পাঞ্জাৱ

১৮০৮৮

৭২১৪৩

৬৯৬৮৪

২৪৫৯

৫১৯০৬

৫০৫৫৮

১৩৪৮

২১৪৯

২০৬১

৮৮

১৬

গুজৰাট

১৬১৯৮

১০৯৪৬৫

১০৮১৩৩

১৩৩২

৯০১০৩

৮৮৬৮৮

১৪১৫

৩১৬৪

৩১৪৯

১৫

১৭

ৰাজস্থান

১৫৭০২

৯৭৩৭৬

৯৫৭৩৬

১৬৪০

৮০৪৮২

৭৯৪৫০

১০৩২

১১৯২

১১৭৮

১৪

১৮

ঝাৰখণ্ড

১৫৪৪৭

৫৮০৭৯

৫৬৮৯৭

১১৮২

৪২১১৫

৪০৬৫৯

১৪৫৬

৫১৭

৫১২

১৯

বিহাৰ

১৫২৩৯

১৫৩৫৬৮

১৫২১৯২

১৩৭৬

১৩৭৫৪৪

১৩৫৭৯১

১৭৫৩

৭৮৫

৭৭৫

১০

২০

জম্মু আৰু কাশ্মীৰ (কে. শা. অ)

১৪০৭৪

৪৯১৩৪

৪৭৫৪২

১৫৯২

৩৪২১৫

৩৩৮৭১

৩৪৪

৮৪৫

৮৩২

১৩

২১

উত্তৰাখণ্ড

৯১০৬

২৮২৬৬

২৭২১১

১০৫৫

১৮৭৮৩

১৮২৬২

৫২১

৩৭৭

৩৭২

২২

ত্ৰিপুৰা

৭৩৮৩

১৭৮১১

১৭২৫২

৫৫৯

১০২৫৫

৯৯৯৩

২৬২

১৭৩

১৭৩

২৩

গোৱা

৫০৩০

২২৮৯০

২২২৫১

৬৩৯

১৭৫৯২

১৭১৫৬

৪৩৬

২৬৮

২৬২

২৪

পুডুচেৰী

৪৭৯৪

১৮৫৩৬

১৮০৮৪

৪৫২

১৩৩৮৯

১২৯৬৭

৪২২

৩৫৩

৩৪৭

২৫

হিমাচলপ্ৰদেশ

২৭২৩

৮৪৬৬

৮১৪৭

৩১৯

৫৬৭৭

৫৫৯৭

৮০

৬৬

৬৩

২৬

চণ্ডীগড়

২৫৭৩

৬৯৮৭

৬৭০৪

২৮৩

৪৩৩১

৪১৪০

১৯১

৮৩

৮০

২৭

অৰুণাচলপ্ৰদেশ

১৬৫৮

৫৬৭২

৫৫৪৫

১২৭

৪০০৫

৩৯০৬

৯৯

২৮

মনিপুৰ

১৬৩৩

৭৪৭০

৭৩৬২

১০৮

৫৭৯৩

৫৫৪৮

২৪৫

৪৪

৪০

২৯

মেঘালয়

১৪৩৪

৩২৯৬

৩১৯৭

৯৯

১৮৪২

১৮২৩

১৯

২০

১৯

৩০

নাগালেণ্ড

৮৩৪

৪৬৩৬

৪৩৭৫

২৬১

৩৭৯২

৩৭৮৭

১০

১০

৩১

লাডাখ (কে.শা.অ)

৭৭৫

৩১৭৭

৩১৪২

৩৫

২৩৬৬

২৩২৯

৩৭

৩৬

৩৫

৩২

মিজোৰাম

৫৮৩

১৩৩৩

১১৯২

১৪১

৭৫০

৭৫০

৩৩

ছিকিম

৫৩২

২০০৯

১৯৮৯

২০

১৪৭০

১৪২৯

৪১

৩৪

দমন আৰু দিউ আৰু দাদৰা নগৰ হাভেলী

২৯৪

২৬৭১

২৬৪৩

২৮

২৩৭৫

২৩৪৬

২৯

৩৫

আন্দামান আৰু নিকোবৰ দীপপুঞ্জ

২৯৩

৩৪৬৫

৩৪২৬

৩৯

৩১২১

৩০৭৮

৪৩

৫১

৫১

৩৬

লাক্ষাদীপ

 

****

MV/SJ/DB



(Release ID: 1653508) Visitor Counter : 166