স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ভাৰতৰ মুঠ আৰোগ্যৰ ধাৰাবাহিকা অব্যাহত, আজি ৩২.৫লাখৰ সীমা অতিক্ৰম

ভাৰতৰ মুঠ আক্ৰান্তৰ ৬০%, চিকিৎসাধীন ৰোগীৰ ৬২% আৰু মুঠ মৃত্যুৰ ৭০%ই ৫খন ৰাজ্যৰ

Posted On: 07 SEP 2020 12:04PM by PIB Guwahati

অগ্ৰগতিৰ ধাৰা বজাই ৰাখি দেশত ভিড-১৯ৰ পৰা আৰোগ্য লাভ কৰাৰ লোকৰ সংখ্যা আজি ৩২.৫০লাখৰ সীমা অতিক্ৰম কৰিছে৷ বিগত ২৪ ঘণ্টাত ৬৯,৫৬৪গৰাকী লোক সুস্থ হৈ উঠিছে৷ ইয়াৰ ফলত আৰোগ্যৰ হাৰ ৭৭.৩১শতাংশলৈ উন্নীত হৈছে৷

পৰীক্ষা, চিনাক্ত, আৰু চিকিসা কৌশলৰ অংশ হিচাপে একাধিক কার্যকৰী আৰু সুসমন্বিত প্ৰয়াস গ্ৰহণৰ ফলত ব্যাপক হাৰত নমুনা পৰীক্ষাৰ জৰিয়তে আক্রান্ত লোসকলক আগতীয়াকৈ চিনাক্তকৰণ কৰাটো সম্ভৱ হৈছে৷ তদুপৰি, উন্নত এম্বুলেন্স সেৱা, ৰোগীসকলক উপযুক্ত চিকিসা সেৱা, সময়মতে হাস্পতাললৈ স্থানান্তকৰণ ইত্যাদি প্ৰচেষ্টাৰ ফলত ভিড-১৯ আক্রান্ত ৰোগীৰ সংখ্যা ক্ৰমশ হ্ৰাস পাইছে আৰু আৰোগ্য হৈ অধিক লোকে ডিছচাৰ্জচ লৈছে৷ আৰোগ্য লাভৰ সংখ্যা বৃদ্ধিৰ ফলত দেশত আজিলৈকে মৃত্যু হাৰ হ্ৰাস পাই .৭০ শতাংশ হৈছে৷

দেশত মুঠ আক্রান্ত লোকৰ ৬০শতাংশই ৫খন ৰাজ্যৰ৷ সেই ৰাজ্যসমূহৰ ভিতৰত মহাৰাষ্ট্ৰ(২১. শতাংশ), অন্দ্ৰপ্ৰদেশ(১১. শতাংশ), তামিলনাডু(১১ শতাংশ), কর্ণাটক (. শতাংশ) আৰু উত্তৰ প্ৰদেশ(. শতাংশ)

দেশত সৰ্বমুঠ কৰোনাত আক্রান্তৰ ২৬.৭৬ শতাংশই মহাৰাষ্ট্ৰৰ৷ ইয়াৰ পাছতে আছে ক্ৰমে অন্ধ্ৰপ্ৰদেশ(১১.৩০ শতাংশ) কর্ণাটক(১১.২৫ শতাংশ), উত্তৰ প্ৰদেশ(.৯৮ শতাংশ) আৰু তামিলনাডু(.৮৩ শতাংশ) এই ৫খন ৰাজ্যত বর্তমান কৰোনাত আক্রান্তৰ হাৰ ৬২ শতাংশ৷

দেশ বৰ্তমানলৈকে ৰোনাৰ পৰা ৰোগ্য হোৱাৰ লোকৰ সংখ্যা ৩২,৫০,৪২৯ জন৷ বিগত ২৪ ণ্টাত সর্বাধিক ১১,৯১৫ জন ন্ধ্ৰপ্ৰদেশ আৰোগ্য হৈছে৷ কর্ণাটক আৰু মহাৰাষ্ট্ৰত ক্ৰমে ,৫৭৫ আৰু ,৮২৬ লোক আৰোগ্য হৈছে৷ তামিলনাডু ,৮২০ জন আৰু উত্ত প্ৰদেশ ,৭৭৯ জন ৰোগীয়ে ৰোগ্য লাভ ৰিছে দেশ বিগত ২৪ ণ্টাত মোট ৰোগ্য হোৱা লোকৰ ভিতৰত ৫৭ শতাংশই এই খন ৰাজ্যৰ৷

ভিড-১৯ সম্পৰ্কীয় সকলো প্ৰমাণীকৃত আৰু আপডেটেড তথ্য, নিৰ্দেশনা আৰু পৰামৰ্শৱলীৰ বাবে অনুগ্ৰহ নিয়মীয়াকৈ পৰিদৰ্শন কৰকঃ https://www.mohfw.gov.in/.

technicalquery.covid19[at]gov[dot]in লৈ কভিড-১৯ সম্পৰ্কীয় কাৰিকৰী জিজ্ঞাসা আৰু অন্য জিজ্ঞাসাৰ বাবে ncov2019[at]gov[dot]in আৰু @CovidIndiaSeva লৈ মেইল কৰিব পাৰে৷

ভিড-১৯ সম্পৰ্কীয় যিকোনো জিজ্ঞাসাৰ বাবে অনুগ্ৰহ কৰি +৯১-১১-২৩৯৭৮০৪৬ অথবা ১০৭৫ (টোল-ফ্ৰী) নম্বৰত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়লৈ ফোন কৰিব পাৰে৷

https://www.mohfw.gov.in/pdf/coronvavirushelplinenumber.pdf ভিড-১৯ৰ বাবে ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ হেল্পলাইন নম্বৰসমূহ উল্লেখ কৰা আছে৷

 

****

MV/DB


(Release ID: 1652005) Visitor Counter : 193