ৰাষ্ট্ৰপতি সচিবালয়
জন্ম দিৱসত ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ প্ৰতি শ্ৰদ্ধা নিবেদন ভাৰতৰ ৰাষ্ট্ৰপতিৰ
পোষ্ট কৰা হৈছে:
05 SEP 2020 12:47PM by PIB Guwahati
আজি (৫ ছেপ্টেম্বৰ, ২০২০) ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰী ৰাম নাথ কোবিন্দই ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণলৈ তেখেতৰ জন্ম দিৱস উপলক্ষে ৰাষ্ট্ৰপতি ভৱনত শ্ৰদ্ধা নিবেদন কৰে। ৰাষ্ট্ৰপতিগৰাকী আৰু ৰাষ্ট্ৰপতি ভৱনৰ বিষয়া-বৰ্গই ডঃ ৰাধাকৃষ্ণণৰ প্ৰতিকৃতিৰ সন্মুখত পুস্পাঞ্জলি অৰ্পণ কৰে।
***
VRRK/SH/AK/SB
(ৰিলিজ আই ডি : 1651691)
অতিথি কক্ষ : 168
ত এই ৰিলিজটো পঢ়ক:
Telugu
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Odia
,
Tamil
,
Malayalam