পৰিৱেশ, বন আৰু জলবায়ু পৰিবৰ্তন মন্ত্ৰালয়
ভাৰতৰ কাৰ্বন নিৰ্গমন সন্দৰ্ভত স্পষ্টীকৰণ
प्रविष्टि तिथि:
28 AUG 2020 11:27AM by PIB Guwahati
২০২০ ত ভাৰতৰ কাৰ্বন নিৰ্গমন হ্ৰাস হোৱা বুলি মন্ত্ৰণালয়ৰ এজন বিষয়ববীয়াৰ ভুল উদ্ধৃতিৰে একাংশ সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পাইছে। ইয়াৰ পৰিপ্ৰেক্ষিতত স্পষ্ট কৰি দিয়া হৈছে যে উক্ত বিবৃতিটো বিশ্বজনীনভাৱে কাৰ্বন ডাইঅক্সাইডৰ নিৰ্গমনৰ সম্ভাৱ্য হ্ৰাসৰ প্ৰসংগত প্ৰকাশ পাইছিল, বিপৰীতে দেশৰ নিৰ্গমন সন্দৰ্ভত নহয়, ইন্টাৰনেশ্যনেল এনাৰ্জী এজেন্সীৰ গ্ল’ৱেল এনাৰ্জী ৰিভিউ, ২০২০ ৰ প্ৰতিবেদনৰ ভিত্তিত কেইমাহমান পূৰ্বে প্ৰকাশ পাইছিল।
***
GK/SB
(रिलीज़ आईडी: 1649403)
आगंतुक पटल : 209