ৰাষ্ট্ৰপতি সচিবালয়
জন্ম জয়ন্তীত ড০ শংকৰ দয়াল শৰ্মালৈ শ্ৰদ্ধাৰ্ঘ্য নিবেদিলে ৰাষ্ট্ৰপতিয়ে
प्रविष्टि तिथि:
19 AUG 2020 11:57AM by PIB Guwahati
প্ৰাক্তন ৰাষ্ট্ৰপতি ড০ শংকৰ দয়াল শৰ্মাৰ জন্ম বাৰ্ষিকী উপলক্ষে ৰাষ্ট্ৰপতি ভৱনত আজি(১৯ আগষ্ট,২০২০) আয়োজিত এক অনুষ্ঠানত ৰাষ্ট্ৰপতি শ্ৰী ৰাম নাথ কোবিন্দে শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰে। ৰাষ্ট্ৰপতি ভৱনত থকা প্ৰয়াত ৰাষ্ট্ৰপতিগৰাকীৰ প্ৰতিচ্ছৱিৰ সন্মুখত পুষ্প-মাল্য অৰ্পণ কৰি ৰাষ্ট্ৰপতি শ্ৰী কোবিন্দৰ লগতে জ্যোষ্ঠ বিষয়া-বৰ্গই এই কাৰ্যসূচী সম্পন্ন কৰে।
******
VRRK/VJ/KB
(रिलीज़ आईडी: 1646907)
आगंतुक पटल : 167