প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
পূণ্য তিথিত অটল বিহাৰী বাজপেয়ীলৈ প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধা নিবেদন
प्रविष्टि तिथि:
16 AUG 2020 9:51AM by PIB Guwahati
পূণ্য তিথিত অটল বিহাৰী বাজপেয়ীলৈ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে।
প্ৰধানমন্ত্ৰীয়ে কয়, “পূণ্য তিথিত পৰমপ্ৰিয় অটল জীলৈ শ্ৰদ্ধা নিবেদিলো। আমাৰ ৰাষ্ট্ৰৰ প্ৰগতিৰ অৰ্থে তেখেতৰ অসামান্য সেৱা আৰু প্ৰচেষ্টাক দেশে সদায়ে সুঁৱৰিব।”
***
VRRK/KP/SB
(रिलीज़ आईडी: 1646254)
आगंतुक पटल : 160
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam