পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়

মণিপুৰত ১৩টা ঘাইপথ প্ৰকল্পৰ আধাৰশিলা আৰু এটা পথ সুৰক্ষা প্ৰকল্প উন্মোচন কৰিব শ্ৰী গাড়কাৰীয়ে

Posted On: 14 AUG 2020 1:58PM by PIB Guwahati

কেন্দ্ৰীয় স্থলপথ পৰিবহণ, ঘাইপথ আৰু ক্ষুদ্ৰ লঘূ আৰু মজলীয়া উদ্যোগ বিভাগৰ মন্ত্ৰী শ্ৰী নীতীন গাড়কাৰীয়ে অহা সোমবাৰ, অৰ্থাত্ ১৭ আগষ্ট ২০২০ তাৰিখে মণিপুৰত স্থাপন কৰিবলগীয়া ১৩টা ঘাইপথৰ আধাৰশিলা স্থাপন কৰাৰ লগতে ইতিমধ্যে নিৰ্মাণ সম্পূৰ্ণ হোৱা এটা পথ সুৰক্ষা প্ৰকল্প আনুষ্ঠানিক ভাবে উন্মোচন কৰিব। ভিডিঅ কনফাৰেন্সিং ব্যৱস্থাৰে সম্পন্ন হবলগীয়া অনুষ্ঠানটোত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী শ্ৰী এন বীৰেন সিঙে সভাপতিত্ব কৰাৰ লগতে স্থলপথ পৰিবহণ বিভাগৰ ৰাজ্যিক মন্ত্ৰী অৱসৰ প্ৰাপ্ত সেনা-প্ৰধান ভি কে সিং, বহুকেইগৰাকী সাংসদ আৰু বিধায়কৰ উপৰি কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ বিষয়া-বৰ্গ উপস্থিত থাকিব।

৩১৬কিলোমিটাৰ দৈৰ্ঘ্যৰ এইসমূহ পথ নিৰ্মাণ প্ৰকল্পৰ নিৰ্মাণ ব্যয় প্ৰায় ৩০০০ কোটি টকা। সফলতাৰে এই প্ৰকল্পকেইটাৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠিলে আক্ষৰিক অৰ্থতে ৰাজ্যখনৰ উন্নয়ণৰ গতি অধিক হাৰত ত্বৰান্বিত হোৱাৰ উপৰি সামগ্ৰিকভাবে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ মাজৰ পথ-যোগাযোগ ব্যৱস্থা উন্নত হোৱাৰ লগতে অৰ্থনৈতিক ক্ষেত্ৰৰ উত্তৰণো সম্ভৱ কৰি তুলিব।  

প্ৰকল্পকেইটা হল-

এনএইচআইডিচিএল

ক্ৰমিক নং

প্ৰকল্পৰ নাম

দৈৰ্ঘ্য(কিলোমিটাৰ)

নিৰ্মাণ ব্যয়

(কোটি)টকা

1.

এনএইচ-৩৯ৰ ইম্ফল-মৰে খণ্ড(পেকেজ-১)ৰ ৪-লেনিং

20

762

2.

এনএইচ-১০২(বি) চূড়াচান্দপুৰ-টুইৱুই খণ্ড(পেকেজ-১এ)ৰ ২-লেনিং-লৈ বহলোৱাৰ কাম

13.75

167.95

3.

এনএইচ-১০২(বি) চূড়াচান্দপুৰ-টুইৱুই খণ্ড(পেকেজ-১বি)ৰ ২-লেনিং-লৈ বহলোৱাৰ কাম

               

19.08

241.52

4.

এনএইচ-১০২(বি) চূড়াচান্দপুৰ-টুইৱুই খণ্ড(পেকেজ-২এ)ৰ ২-লেনিং-ত ডাঙৰ শিল দিয়াৰ কাম

15.75

232.99

5.

এনএইচ-১০২(বি) চূড়াচান্দপুৰ-টুইৱুই খণ্ড(পেকেজ-৪এ)ৰ ২-লেনিং-ত ডাঙৰ শিল দিয়াৰ কাম

11.15

204.12

6.

এনএইচ-১০২(চি) পেল্লেল-চন্দেল খণ্ড(পেকেজ-৪এ)ৰ ২-লেনিং-ত ডাঙৰ শিল দিয়াৰ কাম

18.29

107.72

7.

এনএইচ-৩৯ৰ মৰে বাইপাছৰ ২-লেনিং আৰু ডাঙৰ শিল দিয়াৰ কাম

2.52

68.14

8.

এনএইচ-২০২(বি) য়েং-টুইৱুইগংপকপি-ফিন্চ কৰ্ণাৰ খণ্ড(পেকেজ-১)ৰ ২-লেনিং আৰু মাটি ভৰোৱাৰ কাম

16.90

237.39

9.

এনএইচ-২০২(বি) য়েং-টুইৱুইগংপকপি-ফিন্চ কৰ্ণাৰ খণ্ড(পেকেজ-২)ৰ ২-লেনিং আৰু উন্নয়ণৰ কাম

14.07

241.42

10.

এনএইচ-১০২(বি) চূড়াচান্দপুৰ-টুইৱুই খণ্ড(পেকেজ-২বি)ৰ ২-লেনিং-ৰ কাম

21.88

365.33

11.

এনএইচ-১০২(বি) চূড়াচান্দপুৰ-টুইৱুই খণ্ড(পেকেজ-৪বি)ৰ ২-লেনিং-ৰ কাম

11.03

177.77

 

মুঠ

164.42 কিলোমিটাৰ

2806.35 কোটি

 

 

মণিপুৰ, গড়কাপ্টানী

ক্ৰমিক নং

প্ৰকল্পৰ নাম

দৈৰ্ঘ্য(কিলোমিটাৰ)

 ব্যয়(কোটি)

টকা

1.

এনএইচ-১০২(এ)ৰ সুৰক্ষা আৰু উন্নয়ণৰ কাম

 (Job No:102A/MN/2020-21/33.

83.50

55.52

2.

এনএইচ-১০২(এ)ৰ সুৰক্ষা আৰু উন্নয়ণৰ কাম

 (Job No:102A/MN/2020-21/3.

68.00

53.81

3.

এনএইচ-০২ আৰু এনএইচ-১০২ৰ সুৰক্ষা আৰু উন্নয়ণৰ কাম

Job No. 150 & 39-Manipur-2017-18-RSCE-015

3 টা এফঅবি

16.91

 

মুঠ

151.5

126.24

 

***

RCJ/MS/KB



(Release ID: 1646201) Visitor Counter : 131