ভাৰতীয় নিৰ্বাচন আয়োগ

উত্তৰ প্ৰদেশ আৰু কেৰালা বিধানসভাৰ উপ নিৰ্বাচন

Posted On: 30 JUL 2020 11:58AM by PIB Guwahati

তলত উল্লেখ কৰাৰ দৰে উত্তৰ প্ৰদেশ আৰু কেৰালা বিধানসভাৰ এখনকৈ মুঠ দুখন আসন আকস্মিকভাৱে খালী হৈ পৰেঃ-

ৰাজ্য

সদস্যৰ নাম

কাৰণ

খালী হোৱাৰ তাৰিখ

কাৰ্যকাল আছিল (লৈ)

উত্তৰ প্ৰদেশ

বেণী প্ৰসাদ বাৰ্মা

মৃত্যু

২৭-০৩-২০২০

০৪-০৭-২০২২

কেৰালা

এম.পি. বীৰেন্দ্ৰ কুমাৰ

মৃত্যু

২৮-০৫-২০২০

০২-০৪-২০২২

 ২। তলত উল্লেখ কৰা সময়সূচী অনুসৰি ওপৰৰ খালী আসন পূৰণ কৰিবলৈ আয়োগে উত্তৰ প্ৰদেশ আৰু কেৰালা বিধানসভাৰ উপ-নিৰ্বাচন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছেঃ-

ক্ৰমিক নং

পৰ্ব

তাৰিখ

অধিসূচনা জাৰি

০৬ আগষ্ট, ২০২০ (বৃহস্পতিবাৰ)

মনোনয়ন দাখিলৰ অন্তিম তাৰিখ

১৩ আগষ্ট, ২০২০ (বৃহস্পতিবাৰ)

মনোনয়ন পৰীক্ষণ

১৪ আগষ্ট, ২০২০ (শুক্ৰবাৰ)

প্ৰাৰ্থিত্ব প্ৰত্যাহাৰৰ অন্তিম তাৰিখ

১৭ আগষ্ট, ২০২০ (সোমবাৰ)

নিৰ্বাচনৰ তাৰিখ

২৪ আগষ্ট, ২০২০ (সোমবাৰ)

ভোটগ্ৰহণৰ সময়

পুৱা ০৯:০০ বজাৰপৰা বিয়লি ০৪:০০ বজালৈ

ভোটগণনা

২৪ আগষ্ট, ২০২০ (সোমবাৰ) এ বিয়লি ০৫:০০ বজাত

নিৰ্বাচনী প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ অন্তিম তাৰিখ

২৬ আগষ্ট, ২০২০ (বুধবাৰ)

 

৩। আয়োগে তদুপৰি সংশ্লিষ্ট মুখ্য সচিবসকলক উক্ত উপ-নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ যাৱতীয় ব্যৱস্থা গ্ৰহণৰ লগতে ক’ভিড-১৯ প্ৰতিৰোধৰ ব্যৱস্থা সন্দৰ্ভত বাহাল থকা নীতি-নিৰ্দেশনাসমূহ নিশ্চিত কৰিবলৈ প্ৰতিখন ৰাজ্যৰে একোজনকৈ জ্যেষ্ঠ বিষয়াক দায়িত্ব প্ৰদান কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰে।

SBS/MR/AC/SB



(Release ID: 1642361) Visitor Counter : 121