প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

কাৰ্গিল বিজয় দিৱসত সশস্ত্ৰ বাহিনীলৈ প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি

प्रविष्टि तिथि: 26 JUL 2020 10:45AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে কাৰ্গিল বিজয় দিৱস উপলক্ষ্যে সশস্ত্ৰ বাহিনীলৈ শ্ৰদ্ধা নিবেদন কৰে।

 

এক বাৰ্তাত প্ৰধানমন্ত্ৰী মোডীয়ে কয়-কাৰ্গিল বিজয় দিৱসত আমি আমাৰ সশস্ত্ৰ বাহিনীৰ সাহস আৰু সংকল্পৰ কথা স্মৰণ কৰিছোঁ, যিসকলে ১৯৯৯চনত অবিচলভাৱে আমাৰ জাতিক ৰক্ষা কৰিছিল। তেওঁলোকৰ বীৰত্বই প্ৰজন্মৰ পৰা প্ৰজন্মক অনুপ্ৰাণিত কৰিব।

 

 ***************************************************************

VRRK/SH/KG


(रिलीज़ आईडी: 1641464) आगंतुक पटल : 214
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam