গৃহ মন্ত্ৰালয়

বিশ্ববিদ্যালয় আৰু শিক্ষানুষ্ঠানসমূহক পৰীক্ষা অনুষ্ঠিত কৰিবলৈ অনুমতি গৃহ পৰিক্ৰমা মন্ত্ৰণালয়ৰ

प्रविष्टि तिथि: 06 JUL 2020 8:14PM by PIB Guwahati

গৃহ পৰিক্ৰমা মন্ত্ৰণালয়ে আজি কেন্দ্ৰীয় উচ্চ শিক্ষা সচিবলৈ এক পত্ৰ প্ৰেৰণৰ জৰিয়তে বিশ্ববিদ্যালয় আৰু শিক্ষানুষ্ঠানসমূহৰদ্বাৰা পৰীক্ষাসমূহ অনুষ্ঠিত কৰিবলৈ অনুমতি প্ৰদান কৰে। পৰীক্ষা সন্দৰ্ভত ইউজিচিৰ নীতি-নিৰ্দেশনা আৰু শৈক্ষিক কেলেণ্ডাৰ অনুসৰি বিশ্ববিদ্যালয়সমূহে বাধ্যতামূলকভাৱে চূড়ান্ত ম্যাদী (Term) পৰীক্ষাসমূহ অনুষ্ঠিত কৰিব লাগিব আৰু অনুষ্ঠিত কৰিবলৈ যাওঁতে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ৰদ্বাৰা অনুমোদিত ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিয়ৰ (SOP) মানি চলিব লাগিব।

*****

NW/RK/PK/AD/DD/SB


(रिलीज़ आईडी: 1636990) आगंतुक पटल : 293
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil